ভাৰতী এণ্টাৰপ্ৰাইজৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ আৰু ইণ্ডিয়া-ব্ৰিটেইন চিইঅ’ ফ’ৰামৰ সহ-অধ্যক্ষ সুনীল ভাৰতী মিট্টল
ভাৰত–ব্ৰিটেইন এফটিএক অতি আশাবাদেৰে আদৰণি জনাইছে ভাৰতীয় উদ্যোগে। ই উদ্ভাৱনক উদ্দীপিত কৰিবলৈ, বজাৰত প্ৰৱেশ সহজ কৰি তুলিবলৈ আৰু বিনিয়োগক লাভান্বিত কৰিবলৈ এক ভৱিষ্যদৰ্শী অংশীদাৰিত্বৰ লগতে, শক্তিশালী দ্বিপাক্ষিক সহযোগিতাৰ ভেটি স্থাপন কৰে।