মহিন্দ ৰাজাপক্ষ, ৰাষ্ট্ৰপতি, শ্ৰীলংকা
#ভাৰতৰ এই বিশাল কামত সফলতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, চিকিৎসাকৰ্মী আৰু আগশাৰীৰ ব্যক্তিসকলক অভিনন্দন জনাইছো। সুৰক্ষিত হৈ থকাৰ সময়ত নতুন স্বাভাৱিক অৱস্থাৰ সৈতে আগবাঢ়ি যোৱাৰ পথ আৰু নিজকে খাপ খুৱাই লোৱাটো এটা সফল টিকাকৰণ অভিযানৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল। এই মাইলৰ খুঁটিত উপনীত হোৱাৰ বাবে অভিনন্দন জনাইছো।