মায়ংক আগৰৱাল, ভাৰতীয় ক্ৰিকেটাৰ
তেওঁৰ (প্ৰধানমন্ত্ৰী মোদী) দৰে দূৰদৰ্শীক সাক্ষাৎ কৰি আনন্দ অনুভৱ কৰিছো। তেওঁ আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাদায়ক। তেওঁ দেশৰ বাবে যিমান সময় আৰু শক্তি প্ৰদান কৰি আছে সেয়া অভূতপূৰ্ব আৰু তেওঁ যি ধৰণৰ কাম কৰি আছে সেয়া আমি সকলোৱে প্ৰত্যক্ষ কৰিছো। ইতিমধ্যে তেওঁ ১০-১৫ বছৰ আগৰ কথা চিন্তা কৰি আছে আৰু সেয়া সঁচাকৈয়ে মহান আৰু দেশৰ বাবে সঁচাকৈয়ে ভাল।