ভাৰত এতিয়া বিশ্বৰ আগশাৰীৰ বিনিয়োগ কেন্দ্ৰ৷ জিএছটিৰ দৰে কৰ সংস্কাৰৰ পাছতো ভাৰতীয় অৰ্থনীতিৰ সুস্থিৰতা আৰু কম মুদ্ৰাস্ফীতিৰ বাবে এয়া সম্ভৱ হৈ উঠিছে৷ বিমুদ্ৰাকৰণে বিকাশৰ গতিক স্তৱিৰ কৰিব বুলি আৰম্ভণিতে ধাৰণা কৰা হৈছিল যদিও ই দুৰ্নীতি নিয়ন্ত্ৰণ কাৰত সহায় কৰিলে আৰু নগদবিহীন অৰ্থনীতিৰ প্ৰতি জনসাধাৰণক উৎসাহিত কৰিলে৷