মেন্ন স্নেল, বিত্ত মন্ত্ৰী, টেক্সেচন আৰু কাষ্টম, দা নেডাৰলেণ্ডছ
আমি ২০০টাতকৈও অধিক ভাৰতীয় উদ্যোগক আদৰণি জনাবলৈ পাই সুখী অনুভৱ কৰিছো যিয়ে নেডাৰলেণ্ডক তেওঁলোকৰ ইউৰোপিয়ান কাৰ্যসূচীৰ বাবে বাচনি কৰিছে…প্ৰধানমন্ত্ৰী মোদীয়ে এবাৰ কৈছিল, ‘‘আমি একেলগে আগবাঢ়িম, একেলগে বিকশিত হ’ম, একেলগে চিন্তা কৰিম, একেলগে সমাধান কৰিম আৰু একেলগে দেশক আগুৱাই লৈ যাম আৰু মই সন্মতি নজনোৱাকৈ থাকিব নোৱাৰিলো… আমি একত্ৰিতভাৱে নেডাৰলেণ্ড আৰু ভাৰতক আগুৱাই নি বহনক্ষম লক্ষ্যত উপনীত হ’ব পাৰিম৷’’