‘‘ইজ অব্ ডুয়িং বিজনেছ সূচাংকত ভাৰতৰ উত্তৰণে সঁচাকৈয়ে ধনাত্মক আশা কঢ়িয়াই আনিছে, এয়া যেন আমাৰ এক ক্ষেত্ৰভিত্তিক অভিজ্ঞতাহে আছিল৷ ইয়াৰ সম্পূৰ্ণ শ্ৰেয় মোদীৰ দ্ৰুতগামী ফাষ্ট ট্ৰেক প্ৰকল্পসমূহলৈ গৈছে৷ কিন্তু আজি এটা ফাষ্ট ট্ৰেক প্ৰকল্পৰ সৈতে এটা ঠিকা কেইমাহমানৰ ভিতৰতে সম্পন্ন হয় আৰু নিৰ্মাণ কাৰ্য দুবছৰৰ ভিতৰতে সম্পন্ন হয়৷ এই ব্যৱধান বাস্তৱ হৈ উঠিছে৷ এয়াই হোৱা উচিত৷’’