তেওঁ (প্ৰধানমন্ত্ৰী মোদী) ধৈৰ্য্য সহকাৰে আমাৰ কথা শুনিছিল আৰু চলচ্চিত্ৰ উদ্যোগৰ প্ৰতি তেওঁৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ আমাক আমাৰ প্ৰত্যাশা, আমি কি বিচাৰিছো, চৰকাৰৰ পৰা কি আশা কৰি আছো, দেশৰ বাবে উদ্যোগ হিচাপে আমি কি কৰিব পাৰোঁ সেই বিষয়েও সুধিছিল। মই উদ্যোগটোৰ সূক্ষ্ম বিৱৰণ আৰু আমি কি কৰিব পাৰোঁ, সেই সম্ভাৱনাৰ বিষয়ে তেওঁৰ জ্ঞানৰ দ্বাৰা প্ৰভাৱিত হৈছিলো। তেওঁ ইয়াক এক ছফ্ট পাৱাৰ বুলি অভিহিত কৰিছিল।