কেৱল আপোনাৰ দেশৰ বাবেই নহয়, বিশ্বৰ বাবে এক বৃহৎ সাফল্য, কিয়নো ভাৰতে ক’ভিড-১৯ৰ টিকাকৰণৰ মাত্ৰাৰ এক বিলিয়নৰ সীমা অতিক্ৰম কৰিলে। ভূটানৰ জনসাধাৰণৰ হৈ মই ভাৰতক অভিনন্দন জনাইছো!