সঞ্জয় মেহৰোট্ৰা, মাইক্ৰনৰ চিইঅ’
ভাৰতক অৰ্ধপৰিবাহীৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাইছোঁ। মাইক্ৰনে গুজৰাটত অৰ্ধপৰিবাহী সমাৱেশ আৰু পৰীক্ষাৰ সুবিধা নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আমি অনুমান কৰিছোঁ যে গুজৰাটত আমাৰ প্ৰকল্পটোৱে প্ৰায় ৫০০০ প্ৰত্যক্ষ চাকৰি আৰু অতিৰিক্ত ১৫,০০০ চাকৰিৰ সৃষ্টি কৰিব সমাজত।