‘‘মই পৰিষ্কাৰকৈ ভাবোঁ যে ইজ অব্ ডুয়িং বিজনেছৰ সূচাংকই আমাৰ দৰে বাহিৰৰ উদ্যোগবোৰৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে যিয়ে ভাৰতত মিলিয়ন ইউৰ’ বিনিয়োগ কৰিবলৈ বিচাৰে৷’’