সিদ্ধাৰ্থ জাৰাবি, সম্পাদক, বিজনেছ টেলিভিছন ইণ্ডিয়া, ১৯ নৱেম্বৰ ২০১৮
‘‘মই দেখিবলৈ পাইছোঁ যে ইজ অব্ ডুয়িং বিজনেছত সংবদ্ধ কৰা লক্ষ্য নিৰ্ধাৰণ অভূতপূৰ্ব হৈছে৷ মই নাভাবো যে অন্য কোনো প্ৰধানমন্ত্ৰীয়ে ইজ অব্ ডুয়িং বিজনেছৰ উত্তৰণ কৰাৰ বাবে ইমান মনোযোগ দিছে৷ তেওঁ পৰিষ্কাৰকৈ কৈছে যে এয়া তেওঁ কাৰো পক্ষপাতী নোহোৱাকৈ সম্পূৰ্ণ স্বচ্ছভিত্তিত হ’ব লাগিব৷ মই এয়া গুজৰাটত অনুসৰণ কৰিছিলো আৰু মই সম্পূৰ্ণ আত্মবিশ্বাসেৰে ক’ব পাৰোঁ যে ইয়াত দিল্লীতো সকলো নীতি সকলোৰে বাবে সমান হ’ব৷’’