সুপ্ৰিয়া ধাণ্ডা, ভিপি আৰু কাণ্ট্ৰি মেনেজাৰ, ৱেষ্টাৰ্ণ ডিজিটেল, ১৯ নৱেম্বৰ ২০১৮
‘‘মাত্ৰ চাৰিটা বৰ্ষৰ ভিতৰতে ভাৰতে ১৪২ নং স্থানৰ পৰা ৭৭ নং স্থানলৈ আগুৱাই অহাটো অতিশয় আচৰিত ঘটনা৷ মই অনুধাৱন কৰিছোঁ যে এয়া কেৱল আৰম্ভণিহে৷ মই ভাৰতক শীৰ্ষৰ ২৫টা স্থানৰ ভিতৰত প্ৰত্যক্ষ কৰিব বিচাৰোঁ৷ ৱেষ্টাৰ্ণ ডিজিটেল কৰ্প’ৰেটৰ পৰা আমি বিভিন্ন দেশে ইয়াত বিনিয়োগ কৰিবলৈ পথ দেখা পাইছোঁ৷ ইয়ে ভাৰতত বিনিয়োগৰ বাবে দেশৰ বজাৰ অধিক অৰ্থপ্ৰদ কৰি তুলিছে... আমাৰ এক মনোজ্ঞ প্ৰধানমন্ত্ৰী আছে৷ শ্ৰী মোদী নিশ্চিতভাৱে বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ৷’’