স্কট মৰিছন, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী
মোৰ বন্ধু @narendramodi আৰু তেওঁৰ চৰকাৰলৈ ক'ভিড-১৯ ভেকচিনৰ ১ বিলিয়ন ড'জ প্ৰদান কৰাৰ বাবে অভিনন্দন। এক বৃহৎ কৃতিত্ব। ভাৰত আৰু অষ্ট্ৰেলিয়াই সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভেকচিনৰ সুবিধা সম্প্ৰসাৰণৰ বাবে একেলগে কাম কৰি আছে।