‘‘এয়া এক ঐতিহাসিক যাত্ৰা আছিল য’ত আমি যোৱা ৪ বছৰত ১৪২নং স্থানৰ পৰা আগুৱাই আহি ৭৭নং স্থান পালোহি৷ ইজ অব্ ডুয়িং বিজনেছত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে বিশেষকৈ বিভিন্ন অনুমতিৰে সৈতে শীঘ্ৰেই আপুনি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ বিভিন্ন অগ্ৰগতি প্ৰদান কৰা হৈছে৷’’