ভাৰত আৰু সমগ্ৰ বিশ্বৰ তেল খণ্ডৰ নেতাসকলে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে। আন্তঃৰাষ্ট্ৰীয় তেল সংস্থাসমূহৰ পৰামৰ্শৰ শলাগ লয় প্ৰধানমন্ত্ৰীয়ে। সকলোৱে কাৰ্বনমুক্তকৰণৰ বাবে ভাৰতৰ প্ৰচেষ্টাত মনোনিৱেশ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ বাবে সেউজ বাজেটৰ ওপৰত আলোকপাত কৰে-