ৰোলেণ্ড বাছশ্ব, অধ্যক্ষ আৰু চিইঅ’, ছিমেনছ এজি
ভাৰতত #MakeinIndia পদক্ষেপৰ অধীনত বিনিয়োগসহ সেউজ শক্তি, আন্তঃগাথঁনি আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বিশাল সুযোগ আছে। ভাৰতৰ যুৱক-যুৱতীৰ সংখ্যা অধিক, ইয়াৰ ডিজিটেল এফিনিটিৰ লগতে অধিক গতিও আছে।