ৱেণ্ডী আৰ শ্বেৰমান, উপ-বিদেশ সচিব, আমেৰিকা
১ বিলিয়ন ড'জ ক'ভিড-১৯ ভেকচিন প্ৰদান কৰাৰ বাবে ভাৰতক অভিনন্দন জনাইছো! বিশ্বজুৰি ৰপ্তানি আৰু ব্যৱহাৰৰ বাবে ভেকচিন উৎপাদন বৃদ্ধি কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিক আমি শলাগ লৈছো। #Quad ৰ জৰিয়তে আমেৰিকা আৰু ভাৰতে একেলগে বিশ্বক টিকাকৰণ কৰি মহামাৰীৰ অন্ত পেলাবলৈ কাম কৰি আছে।