Search

পিএমইন্ডিয়াপিএমইন্ডিয়া

সাম্প্রতিক সংবাদ

বিষয়টিকে সরাসরি পিআইবি থেকে নেওয়া হয়েছে

টুনিছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণৰ বাবে কাঈছ ছৈয়দক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


টুনিছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে ৰাষ্ট্ৰপতি কাঈছ ছৈয়দক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে কয়, “টুনিছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা ৰাষ্ট্ৰপতি কাঈছ ছৈয়দলৈ মোৰ হিয়াভৰা অভিনন্দন

জনাইছো। তেওঁৰ সৈতে আগলৈ ঘনিষ্ঠতাৰে কাম কৰাৰ লগতে ভাৰত-টুনিছিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তোলাৰ বাবে কাম কৰাৰ আশা প্ৰকাশ কৰিলো।”

******

VRRK/SH/RD