পি এম ইণ্ডিয়া

বাতৰি সংজোযন

PM's Profile

২০১৪ৰ ২৬ মে’ত নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগে লগে তেওঁ স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। গতিশীল, উচৰ্গিত আৰু দৃঢ়প্ৰতিজ্ঞ মনৰ অধিকাৰী নৰেন্দ্ৰ মোদীয়ে কোটি কোটি ভাৰতীয়ৰ মাজত আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। ২০১৪ চনৰ মে’ মাহত কাৰ্যভাৰ গ্ৰহণ কৰিয়েই মোদীয়ে সর্বভাৰতীয় আৰু সামগ্ৰিক উন্নয়নৰ যাত্রা আৰম্ভ কৰিছিল, য’ত প্রতিজন ভাৰতীয়ই তেওঁলোকৰ প্রত্যাশা আৰু আকাংক্ষাক উপলদ্ধি কৰিব পাৰিছে। তেওঁ ‘অন্ত্যোদয়া’ নীতিৰ প্ৰতি গভীৰভাৱে অনুপ্ৰাণিত আৰু সমাজৰ নিম্ন ব্যক্তিজনক সেৱা আগবঢ়াব বিচাৰে। উদ্ভাৱনী ধাৰণা আৰু প্ৰচেষ্টাৰ জৰিয়তে চৰকাৰে নিশ্চিত কৰিছে যে প্ৰগতিৰ চক্ৰ দ্ৰুতগতিত অগ্ৰসৰ হৈছে আৰু উন্নয়নৰ ফল দেশৰ নাগৰিকসকলে ভোগ কৰিছে। প্ৰশাসন ব্যৱস্থা মুক্ত, সহজ ...

অধিক চাওক

প্ৰধানমন্ত্ৰীৰ লগত বাৰ্তালাপ