পি এম ইণ্ডিয়া
685KB ] )
| Sশ্ৰী নৰেন্দ্ৰ মোদী | কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেন্সন: আণৱিক শক্তি, মহাকাশ; সকলো গুৰুত্বপূৰ্ণ নীতি বিষয়ক আৰু অন্যান্য বিতৰণ নকৰা বিভাগসমূহ |
|
কেবিনেট মন্ত্রী |
||
| 1 | শ্ৰী ৰাজনাথ সিং | প্ৰতিৰক্ষা. |
| 2 | শ্ৰী অমিত শ্বাহ | গৃহ পৰিক্ৰমা আৰু সমবায় |
| 3 | শ্ৰী নীতিন জয়ৰাম গাডকাৰি | পথ পৰিবহণ আৰু ঘাইপথ. |
| 4 | শ্ৰী জগত প্ৰকাশ নাড্ডা | স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাসায়নিক আৰু সাৰ. |
| 5 | শ্ৰী শিৱৰাজ সিং চৌহান | কৃষি আৰু কৃষক কল্যাণ গ্রামোন্নয়ন. |
| 6 | শ্ৰী নির্মলা সীতাৰমণ | বিত্ত আৰু কৰ্প‘ ৰেট পৰিক্ৰমা |
| 7 | শ্ৰী সুব্ৰমণ্যম জয়শংকৰ | বৈদেশিক পৰিক্ৰমা. |
| 8 | শ্ৰী মনোহৰ লাল | গৃহ নিৰ্মাণ চহৰ পৰিক্ৰমা, শক্তি |
| 9 | শ্ৰী এইচ ডি কুমাৰাস্বামী | গধুৰ উদ্যোগ আৰু তীখা |
| 10 | শ্ৰী পীযূষ গোৱেল | বাণিজ্য আৰু উদ্যোগ. |
| 11 | শ্ৰী ধর্মেন্দ্র প্রধান | শিক্ষা. |
| 12 | শ্ৰী জিতনৰাম মাঝি | ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ |
| 13 | শ্ৰী ৰাজীৱৰঞ্জন সিং ওৰফে ললন সিং | পঞ্চায়তীৰাজ, মৎস্যপালন পশুপালন আৰু দুগ্ধপাম. |
| 14 | শ্ৰী সৰ্বানন্দ সোণোৱাল | বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ. |
| 15 | ড° বীৰেন্দ্ৰ কুমাৰ | সামাজিক ন্যায় আৰু সবলীকৰণ |
| 16 | শ্ৰী কিঞ্জাৰাপ্পু ৰামমোহন | নাইডু অসামৰিক বিমান পৰিবহণ |
| 17 | শ্ৰী প্রহ্লাদ যোশী | গ্রাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ নতুন আৰু নৱীকৰণ শক্তি. |
| 18 | শ্ৰী জুবেল ওৰাম | জনজাতি পৰিক্ৰমা. |
| 19 | শ্ৰী গিৰিৰাজ সিং | টেক্সটাইল. |
| 20 | শ্ৰী অশ্বিনী বৈষ্ণৱ | ৰে‘লৱে; তথ্য আৰু সম্প্ৰচাৰ বৈদ্যুতিন আৰু তথ্য-প্রযুক্তি. |
| 21 | শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া | যোগাযোগ আৰু ড‘নাৰ |
| 22 | শ্ৰী ভূপেন্দ্ৰৰ যাদৱ | পৰিৱেশ-বন আৰু জলবায়ু পৰিৱৰ্তন |
| 23 | শ্ৰী গজেন্দ্র সিং শেখাৱট | সংস্কৃতি আৰু পর্যটন |
| 24 | শ্ৰী অন্নপূর্ণা দেবী | মহিলা আৰু শিশু বিকাশ |
| 25 | শ্ৰী কিৰেন ৰিজিজু | সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা |
| 26 | শ্ৰী হৰদীপ সিং পুৰী | পেট্ৰ‘লিয়াম আৰু প্রাকৃতিক গেছ |
| 27 | ড° মনসুখ মাণ্ডাভিয়াঃ | শ্রম আৰু নিয়োগ যুৱ পৰিক্ৰমা আৰু ক্রীড়া. |
| 28 | শ্ৰী জি কিষাণ ৰেড্ডি | কয়লা আৰু খনি |
| 29 | শ্ৰী চিৰাগ পাছোৱান | খাদ্য সংসাধন উদ্যোগ. |
| 30 | শ্ৰী চি আৰ পাটিল | জলশক্তি. |
স্বতন্ত্ৰ ৰাজ্যিক মন্ত্রী |
||
| 1 | শ্ৰী ৰাও ইন্দ্রজিৎ সিং | পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ (স্বতন্ত্র); পৰিকল্পনা (স্বতন্ত্র) আৰু সংস্কৃতি ৰাজ্যিক মন্ত্রী . |
| 2 | ড° জিতেন্দ্র সিং | বিজ্ঞান আৰু প্রযুক্তি, ধৰিত্ৰী বিজ্ঞান (স্বতন্ত্র); প্রধানমন্ত্রী কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্রী; কৰ্মচাৰী; ৰাজহুৱা অভিযোগ আৰু পেন্সন; আণৱিক শক্তি মহাকাশৰ ৰাজ্যিক মন্ত্রী. |
| 3 | শ্ৰী অর্জুন ৰাম মেঘৱাল | আইন আৰু ন্যায় (স্বতন্ত্র) সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্রী. |
| 4 | শ্ৰী প্ৰতাপৰাও যাধৱ | আয়ুষ (স্বতন্ত্র) স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ ৰাজ্যিক মন্ত্ৰী. |
| 5 | শ্ৰী জয়ন্ত চৌধুৰী | দক্ষতা বিকাশ আৰু উদ্যমিতা (স্বতন্ত্র) শিক্ষা. |
ৰাজ্যিক মন্ত্রী |
||
| 1 | শ্ৰী জিতিন প্রসাদ | বাণিজ্য আৰু উদ্যোগ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি. |
| 2 | শ্রীপদ য়েছো নাইক | শক্তি নতুন আৰু নবীকবণ শক্তি |
| 3 | শ্ৰী পংকজ চৌধুৰী | বিত্ত. |
| 4 | শ্ৰী কৃষণ পাল | সমবায়. |
| 5 | শ্ৰী ৰামদাস আঠাৱালে | সামাজিক ন্যায় আৰু সবলীকৰণ. |
| 6 | শ্ৰী ৰামনাথ ঠাকুৰ | কৃষি আৰু কৃষক কল্যাণ. |
| 7 | শ্ৰী নিত্যানন্দ ৰায় | গৃহ পৰিক্ৰমা. |
| 8 | শ্ৰী অনুপ্রিয়া পেটেল | স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰাসায়নিক আৰু সাৰ |
| 9 | শ্ৰী ভি ছোমান্না | জলশক্তি আৰু ৰে‘লৱে |
| 10 | ড° চন্দ্রশেখৰ পেম্মাসানী | গ্রামোন্নয়ন আৰু যোগাযোগ |
| 11 | প্ৰফেছৰ এছ পি সিং বাঘেল | মৎস্য, পশুপালন আৰু দুগ্ধপাম, পঞ্চায়তীবাজ. |
| 12 | শ্ৰী সুশ্রী শোভা কাৰাণ্ডলাজে | ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ শ্রম আৰু নিয়োগ. |
| 13 | শ্ৰী কীর্তিবর্ধন সিং | পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বৈদেশিক পৰিক্ৰমা. |
| 14 | শ্ৰী বি এল বার্মা | গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ সামাজিক ন্যায় আৰু সবলীকৰণ. |
| 15 | শ্ৰী শান্তনু ঠাকুৰ | বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ. |
| 16 | শ্ৰী সুৰেশ গোপী | পেট‘লিয়াম আৰু প্রাকৃতিক গেছ, পর্যটন |
| 17 | ড° এল মুৰুগান | তথ্য আৰু সম্প্ৰচাৰ, সংসদীয় পৰিক্রমা. |
| 18 | শ্ৰী অজয় তামতা | পথ পৰিবহণ আৰু ঘাইপথ. |
| 19 | শ্ৰী বণ্ডী সঞ্জয় কুমাৰ | গৃহ পৰিক্ৰমা. |
| 20 | শ্ৰী কমলেশ পাছোৱান | গ্রামোন্নয়ন. |
| 21 | শ্ৰী ভগীৰথ চৌধুৰী | কৃষি আৰু কৃষক কল্যাণ. |
| 22 | শ্ৰী সতীশ চন্দ্র ডুবে | কয়লা আৰু খনি |
| 23 | শ্ৰী সঞ্জয় শেঠ | প্রতিৰক্ষা. |
| 24 | শ্ৰী ৰবনিত সিং | খাদ্য সংসাধন উদ্যোগ আৰু ৰে‘লৱে . |
| 25 | শ্ৰী দুর্গা দাস উইকি | জনজাতি পৰিক্ৰমা. |
| 26 | শ্ৰী ৰক্ষা নিখিল খাড়ছে | যুৱ পৰিক্ৰমা আৰু ক্রীড়া. |
| 27 | Sশ্ৰী সুকান্ত মজুমদাৰ | শিক্ষা আৰু ড‘নাৰ . |
| 28 | শ্ৰী সাবিত্রী ঠাকুৰ | মহিলা আৰু শিশু বিকাশ. |
| 29 | শ্ৰী তোখান চাহু | গৃহ নির্মাণ আৰু চহৰ পৰিক্ৰমা. |
| 30 | শ্ৰী ৰাজভূষণ চৌধুৰী | জলশক্তি. |
| 31 | শ্ৰী ভূপতি ৰাজু শ্রীনিবাস বার্মা | গধুৰ উদ্যোগ আৰু তীখা. |
| 32 | শ্ৰী হর্ষ মালহোত্রা | কর্প‘ৰেট পৰিক্ৰমা পথ পৰিবহণ আৰু ঘাইপথ. |
| 33 | শ্ৰী নিমুবেন জয়ন্তীভাই বামভানিয়া | গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ |
| 34 | শ্ৰী মুৰুলীধৰ মহল | সমবায় আৰু অসামৰিক বিমান পৰিবহণ |
| 35 | শ্ৰী জর্জ কুৰিয়ান | সংখ্যালঘু পৰিক্ৰমা, মৎস্য, পশুপালন আৰু দুগ্ধপাম. |
| 36 | শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটা | বৈদেশিক পৰিক্ৰমা আৰু টেক্সটাইল. | প্রধানমন্ত্রী |
|---|---|---|
ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক (পিডিএফ ফৰমেট [
685KB ] )
“কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পুৰণি পদবীসমূহ [
104KB ] ” চাবলৈ ইয়াত ক্লিক কৰক