পি এম ইণ্ডিয়া
বৰ্তমানে গুজৰাটৰ বালছৰ জিলাৰ ভাদেলী গাঁৱত ১৮৯৬ চনৰ ২৯ ফ্ৰেব্ৰুৱাৰী তাৰিখে শ্ৰী মোৰাৰজী দেশাইৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ এগৰাকী বিদ্যালয়ৰ শিক্ষক আছিল আৰু কঠোৰ নিয়মানুৱৰ্তিতাপৰায়ণ ব্যক্তি আছিল৷ তেওঁ ছেইণ্ট বালছৰ হাইস্কুলত শিক্ষা লাভ কৰিছিল আৰু তাৰ পৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷ ১৯১৮ চনত তেতিয়াৰ বম্বে প্ৰদেশৰ উইলছন চিভিল ছাৰ্ভিচৰ পৰা স্নাতক ডিগ্ৰী ...
অধিক সংৰক্ষণাগাৰৰ লিংক
ভাৰতৰ চতুৰ্দশ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক প্ৰকৃততে এগৰাকী চিন্তাবিদ আৰু বিশেষজ্ঞ বুলি সকলোৱে সন্মান কৰে। তেওঁক তেওঁৰ কঠোৰ পৰিশ্ৰম, কামৰ ক্ষেত্ৰত বৌদ্ধিক দৃষ্টিভংগী আৰু নম্ৰ ব্যৱহাৰৰ বাবে অত্যধিক সন্মান দিয়া হয়। ১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত অবিভক্ত ভাৰতৰ পঞ্জাৱ প্ৰদেশৰ এখন গাঁৱত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ জন্ম হৈছিল। ড০ সিঙে পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা ১৯৪৮ চনত ...
অধিক সংৰক্ষণাগাৰৰ লিংক
এগৰাকী জনতাৰ নেতা হিচাপে তেখেত সদায় নিজৰ ৰাজনীতিত বিশ্বাসী। তেখেতে ১৯৯৯ৰ ১৩ অক্টোবৰত একেৰাহে দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ এক নতুন মৰ্চা চৰকাৰৰ দায়িত্ব লয়। ১৯৯৬ চনত কিছু দিনৰ বাবে তেখেত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ পাছত তেখেতেই একেৰাহে দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছে। ৪ দশকতকৈও অধিক সময় কাৰ্যনিবাহ কৰা এগৰাকী জ্যেষ্ঠ সাংসদ ...
অধিক সংৰক্ষণাগাৰৰ লিংক
২১ এপ্ৰিল, ১৯৯৭ তাৰিখ, সোমবাৰে, শ্ৰী ইন্দৰ কুমাৰ গুজৰালে ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল৷ প্ৰয়াত শ্ৰী অৱতাৰ নাৰায়ণ গুজৰাল আৰু প্ৰয়াত শ্ৰীমতী পুষ্পা গুজৰালৰ পুত্ৰ ইন্দৰ কুমাৰ গুজৰালে গ্ৰহণ কৰা শিক্ষাগত অৰ্হতাসমূহ আছিল ক্ৰমে, এম এ, বি কম, পিএইচডি আৰু ডি.লিট (সন্মানীয় বিষয়)৷ তেওঁ জন্মলাভ কৰিছিল ১৯১৯ চনৰ ৪ ডিচেম্বৰ তাৰিখে ...
অধিক সংৰক্ষণাগাৰৰ লিংক
ভাৰতৰ আৰ্থ-সামাজিক উন্নয়নৰ এগৰাকী অক্লান্ত সৈনিক আৰু ভাৰতৰ ঐশ্বৰ্যশালী সাংস্কৃতিক ঐতিহ্যৰ এগৰাকী উৎসুক গুণগ্ৰাহী শ্ৰী এইচ ডি দেৱেগৌড়াৰ জন্ম হৈছিল কৰ্ণাটকৰ হাছান জিলাৰ হলেনাৰাছিপুৰা মহকুমাৰ হাৰাদাত ১৯৩৩ চনৰ ১৮ মে’ তাৰিখে৷ চিভিল ইঞ্জিনীয়াৰিং ডিপ্ল’মাধাৰী শ্ৰী দেৱেগৌড়াই মাত্ৰ ২০ বছৰ বয়সতেই সক্ৰিয় ৰাজনীতিলৈ আহে, শিক্ষা সাং কৰাৰ পিছতেই ১৯৫৩ চনত শ্ৰী দেৱেগৌড়াই কংগ্ৰেছ দলত ...
অধিক সংৰক্ষণাগাৰৰ লিংক
এগৰাকী জনতাৰ নেতা হিচাপে তেখেত সদায় নিজৰ ৰাজনীতিত বিশ্বাসী। তেখেতে ১৯৯৯ৰ ১৩ অক্টোবৰত একেৰাহে দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ এক নতুন মৰ্চা চৰকাৰৰ দায়িত্ব লয়। ১৯৯৬ চনত কিছু দিনৰ বাবে তেখেত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ পাছত তেখেতেই একেৰাহে দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছে। ৪ দশকতকৈও অধিক সময় কাৰ্যনিবাহ কৰা এগৰাকী জ্যেষ্ঠ সাংসদ ...
অধিক সংৰক্ষণাগাৰৰ লিংক
পি.ৰংগা ৰাওৰ পুত্ৰ শ্ৰীমান পি.ভি নৰসিংহ ৰাৱে ১৯২১চনৰ ২৮ জুনত কৰিমনহৰত জন্মগ্ৰহণ কৰিছিল। হায়দৰাবাদৰ ওচমানিয়া বিশ্ববিদ্যালয়, বোম্বে বিশ্ববিদ্যালয় আৰু নাগপুৰ বিশ্ববিদ্যালয়ত তেওঁ অধ্যয়ন কৰিছিল৷ পত্নীহাৰী শ্ৰী পি.ভি. নৰসিংহ ৰাও আছিল তিনি পুত্ৰ আৰু পাঁচ কন্যাৰ পিতৃ৷ কষি বিজ্ঞানী আৰু অধিবক্তা হোৱা সূত্ৰে তেওঁ ৰাজনীতিত যোগ দিয়ে আৰু কিছু গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব ৰূপায়ন কৰে৷ ...
অধিক সংৰক্ষণাগাৰৰ লিংক
শ্ৰী চন্দ্ৰ শেখৰৰ ১৯২৭ চনৰ ১ জুলাই তাৰিখে উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ ইব্ৰাহিমপট্টিত এটা কৃষক পৰিয়ালত জন্ম হৈছিল৷ তেওঁ ১৯৭৭ চনৰ পৰা ১৯৮৮ চনলৈ জনতা দলৰ সভাপতিৰ দায়িত্বত আছিল৷ শ্ৰী চন্দ্ৰ শেখৰে ছাত্ৰাৱস্থাতেই ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈছিল আৰু ক্ৰান্তিকাৰী উৎসাহত অগ্নিদ্বীপ্ততাৰ দৰে স্বভাৱৰ বাবে জনাজাত হৈছিল৷ এলাহবাদ বিশ্ববিদ্যালয়ৰ পৰা ১৯৫০-৫১ চনত ৰাজনীতি বিজ্ঞান ...
অধিক সংৰক্ষণাগাৰৰ লিংক
শ্ৰী ভি.পি. সিঙৰ ১৯৩১ চনৰ ২৫ জুন তাৰিখে এলাহবাদত জন্ম হৈছিল৷ তেওঁৰ দেউতাকৰ নাম আছিল ৰাজা বাহাদুৰ ৰাম গোপাল সিং৷ তেওঁ এলাহবাদৰ পুনা বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল৷ ১৯৫৫ চনৰ ২৫ জুন তাৰিখে তেওঁ বিবাহ-পাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ দুটি পুত্ৰ সন্তান আছিল৷ এজন বিদ্বান ব্যক্তি হিচাপে তেওঁ এলাহাবাদত গোপাল বিদ্যালয় নামৰ এখন মাধ্যমিক ...
অধিক সংৰক্ষণাগাৰৰ লিংক
৪০ বছৰ বয়সত প্ৰধানমন্ত্ৰীত্ব লাভ কৰি শ্ৰী ৰাজীৱ গান্ধী বোধহয় সমগ্ৰ বিশ্বৰ ভিতৰতে কম বয়সীয়া নিৰ্বাচিত মুৰব্বী হিচাপে খ্যাতি লাভ কৰিছিল৷ তেওঁৰ মাক শ্ৰীমতী ইন্দিৰা গান্ধীয়ে ১৯৬৬ চনত প্ৰধানমন্ত্ৰী হওঁতে তেওঁৰ বয়স আছিল ৪৮ আৰু তেওঁৰ ককাক পণ্ডিত জৱাহৰলাল নেহৰুৱে ৫৮ বছৰ বয়সত প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰি ১৭ বছৰ দেশ শাসন কৰিছিল৷ দেশৰ ...
অধিক সংৰক্ষণাগাৰৰ লিংক
১৯১৭ চনৰ ১৯ নৱেম্বৰ তাৰিখে শ্ৰীমতী ইন্দিৰা গান্ধীৰ এক অভিজাত পৰিয়ালত জন্ম হৈছিল৷ তেওঁৰ পিতৃৰ নাম আছিল পণ্ডিত জৱাহৰলাল নেহৰু৷ তেওঁ বহুকেইখন অভিজাত শিক্ষা প্ৰতিষ্ঠান ইক’ল ন’ভেল, বেক্স (ছুইজাৰলেণ্ড), ইক’ল ইণ্টাৰনেচনেল (জেনেভা), পুনা আৰু বম্বেৰ পিউপিলছ অউন স্কুল, ব্ৰিষ্টলৰ বেডমিণ্টন স্কুল, শান্তিনিকেতনৰ বিশ্বভাৰতী, অক্সফ’ৰ্ডৰ ছ’মাৰভাইল কলেজত শিক্ষা গ্ৰহণ কৰিছিল৷ তেওঁক বৈশ্বিকভাৱে বিশ্ববিদ্যালয়সমূহৰ ...
অধিক সংৰক্ষণাগাৰৰ লিংক
শ্ৰী চৰণ সিঙৰ ১৯০২ চনত উত্তৰ প্ৰদেশৰ মীৰাট জিলাত নুৰপুৰ নামে ঠাই এডোখৰত এটা মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল৷ ১৯২৩ চনত বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ ১৯২৫ চনত আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা প্ৰাক্ স্নাতকোত্তৰ ডিগ্ৰী প্ৰাপ্ত কৰে৷ তাৰোপৰি আইনৰ প্ৰশিক্ষণ লাভ কৰি তেওঁ গাজিয়াবাদত অভ্যাস আৰম্ভ কৰে৷ ১৯২৯ চনত তেওঁ মীৰাটলৈ আহে আৰু ...
অধিক সংৰক্ষণাগাৰৰ লিংক
১৯১৭ চনৰ ১৯ নৱেম্বৰ তাৰিখে শ্ৰীমতী ইন্দিৰা গান্ধীৰ এক অভিজাত পৰিয়ালত জন্ম হৈছিল৷ তেওঁৰ পিতৃৰ নাম আছিল পণ্ডিত জৱাহৰলাল নেহৰু৷ তেওঁ বহুকেইখন অভিজাত শিক্ষা প্ৰতিষ্ঠান ইক’ল ন’ভেল, বেক্স (ছুইজাৰলেণ্ড), ইক’ল ইণ্টাৰনেচনেল (জেনেভা), পুনা আৰু বম্বেৰ পিউপিলছ অউন স্কুল, ব্ৰিষ্টলৰ বেডমিণ্টন স্কুল, শান্তিনিকেতনৰ বিশ্বভাৰতী, অক্সফ’ৰ্ডৰ ছ’মাৰভাইল কলেজত শিক্ষা গ্ৰহণ কৰিছিল৷ তেওঁক বৈশ্বিকভাৱে বিশ্ববিদ্যালয়সমূহৰ ...
অধিক সংৰক্ষণাগাৰৰ লিংক
পাঞ্জাৱৰ শিয়ালকোটত ১৮৯৮ চনৰ ৪ জুলাইত জন্মা শ্ৰী গুলজাৰি লাল নন্দই লাহোৰ, আগ্ৰা আৰু এলাহবাদত শিক্ষা গ্ৰহণ কৰিছিল৷ তেওঁ এলাহবাদ বিশ্ববিদ্যালয়ত (১৯২০-১৯২১) শ্ৰমিক সমস্যাৰ ওপৰত ৰিচাৰ্ছ স্কলাৰ হিচাপে কাম কৰিছিল আৰু ১৯২১ চনত বম্বেৰ নেচনেল কলেজত অৰ্থনীতিৰ অধ্যাপক হৈছিল৷ একেটা বৰ্ষতে তেওঁ অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিল৷ ১৯২২ চনত তেওঁ আহমেদাবাদ টেক্সটাইল শ্ৰমিক ...
অধিক সংৰক্ষণাগাৰৰ লিংক
উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা সাত মাইল আঁতৰত মোগলচৰাই নামে এখন সৰু ৰে’লৱে চহৰত ১৯০৪ চনৰ ২ অক্টোবৰত শ্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ এগৰাকী বিদ্যালয়ৰ শিক্ষক আছিল আৰু শাস্ত্ৰীৰ ডেৰ বছৰ বয়সত তেওঁৰ পিতৃৰ জীৱনাৱসান ঘটিছিল৷ সেই সময়ত তেওঁৰ বিছ বছৰীয়া মাকে তিনিটি সন্তানৰ সৈতে নিজৰ দেউতাকৰ ঘৰলৈ গুচি যায় ...
অধিক সংৰক্ষণাগাৰৰ লিংক
পাঞ্জাৱৰ শিয়ালকোটত ১৮৯৮ চনৰ ৪ জুলাইত জন্মা শ্ৰী গুলজাৰি লাল নন্দই লাহোৰ, আগ্ৰা আৰু এলাহবাদত শিক্ষা গ্ৰহণ কৰিছিল৷ তেওঁ এলাহবাদ বিশ্ববিদ্যালয়ত (১৯২০-১৯২১) শ্ৰমিক সমস্যাৰ ওপৰত ৰিচাৰ্ছ স্কলাৰ হিচাপে কাম কৰিছিল আৰু ১৯২১ চনত বম্বেৰ নেচনেল কলেজত অৰ্থনীতিৰ অধ্যাপক হৈছিল৷ একেটা বৰ্ষতে তেওঁ অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিল৷ ১৯২২ চনত তেওঁ আহমেদাবাদ টেক্সটাইল শ্ৰমিক ...
অধিক সংৰক্ষণাগাৰৰ লিংক
১৮৮৯ৰ ১৪ নৱেম্বৰৰ দিনা এলাহবাদত পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল৷ তেওঁ প্ৰাথমিক শিক্ষা ঘৰুৱা শিক্ষকৰ পৰা প্ৰাপ্ত কৰিছিল৷ ১৫ বছৰ বয়সত তেওঁ ইংলেণ্ডলৈ গৈছিল আৰু দুবছৰৰ পিছত হেৰ’ত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত যোগদান কৰি প্ৰাকৃতিক বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল৷ ইয়াত পিছত তেওঁ অন্তৰাত্মাৰ আহ্বান শুনি ১৯১২ চনত ভাৰতলৈ গুচি আহি ৰাজনীতিত যোগদান ...
অধিক সংৰক্ষণাগাৰৰ লিংক