Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নাগালেণ্ডৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ


 

নাগালেণ্ডৰ ৰাজ্যপাল শ্ৰী নন্দ কিশোৰ যাদৱে নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ এটা পোষ্টত কয়;

‘নাগালেণ্ডৰ ৰাজ্যপাল শ্ৰী নন্দ কিশোৰ যাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

@LokBhavanKohima’

***

MJPS/ST/MK