পি এম ইণ্ডিয়া
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী নৱাব ছাইনীয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছে;
‘হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী @NayabSainiBJP-এ প্ৰধানমন্ত্ৰী @narendramodi-ৰ সৈতে এখন বৈঠকত মিলিত হয়।’
@cmohry
Chief Minister of Haryana, Shri @NayabSainiBJP had a meeting with Prime Minister @narendramodi.@cmohry pic.twitter.com/IFLai5kGUc
— PMO India (@PMOIndia) April 2, 2026
***
MJPS/VJ/MK
Chief Minister of Haryana, Shri @NayabSainiBJP had a meeting with Prime Minister @narendramodi.@cmohry pic.twitter.com/IFLai5kGUc
— PMO India (@PMOIndia) April 2, 2026