Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুড ফ্ৰাইডে উপলক্ষে সমন্বয় আৰু সহানুভূতিৰ মূল্যবোধৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে গুড ফ্ৰাইডেই আমাক যীচু খ্ৰীষ্টৰ বলিদানৰ কথা মনত পেলাই দিয়ে।

শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই দিৱসে সম্প্ৰীতি, সহানুভূতি আৰু কৰণাৰ মূল্যবোধক গভীৰ কৰে।

তেওঁ কয় যে ভাতৃত্ববোধ আৰু আশাই সকলোকে পথ প্ৰদৰ্শন কৰা উচিত।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;

 গুড ফ্ৰাইডেই আমাক যীশু খ্রীষ্টৰ বলিদানৰ কথা মনত পেলাই দিয়ে। এই দিনটোৱে সমন্বয়, সহানুভূতি আৰু কৰুণাৰ মূল্যবোধক আৰু অধিক গভীৰ কৰক। ভাতৃত্ববোধ আৰু আশাই আমাক সকলোকে পথ প্ৰদৰ্শন কৰক।

 

*****

MJPS/ST/DB