পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰি পুথাণ্ডুৰ উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে সুখেৰে ভৰা এটা সুন্দৰ বছৰলৈ আগুৱাই যোৱাৰ বাবে প্ৰাৰ্থনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;
‘উপ ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণ জীক সাক্ষাৎ কৰি পুথাণ্ডুৰ উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।সুস্বাস্থ্য আৰু সুখেৰে ভৰা আগন্তুক এটা সুন্দৰ বছৰৰ বাবে প্ৰাৰ্থনা কৰিলোঁ ।
@VPIndia
@CPR_VP”
Called on Vice President Thiru CP Radhakrishnan Ji and conveyed greetings on the special occasion of Puthandu. Praying for a wonderful year ahead, filled with good health and happiness.@VPIndia @CPR_VP pic.twitter.com/TknG4GqbFn
— Narendra Modi (@narendramodi) April 14, 2026
***
MJPS/ST/DM

சிறப்பு வாய்ந்த புத்தாண்டு தினத்தில் குடியரசு துணைத்தலைவர் திரு சி பி ராதாகிருஷ்ணன் அவர்களை சந்தித்து வாழ்த்து தெரிவித்தேன். நல்ல ஆரோக்கியமும், மகிழ்ச்சியும் நிறைந்த அற்புதமான ஆண்டாக அமைந்திட பிரார்த்திக்கிறேன்.@VPIndia @CPR_VP pic.twitter.com/4gmiT2ML6u
— Narendra Modi (@narendramodi) April 14, 2026