পি এম ইণ্ডিয়া
বিদেশ ভ্ৰমণঃ-
ব্যয়ঃ প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ ব্যয়সমূহ গৃহ পৰিক্ৰমা মন্ত্ৰালয়(এমএইচএ)ৰ বাজেটৰ পৰাই পুৰণ কৰা হয়
ভ্ৰমণৰ সবিশেষঃ ২৬ মে’ ২০১৪ৰ পৰা প্ৰধানমন্ত্ৰী বিদেশ ভ্ৰমণৰ তথ্য তলত উল্লেখ কৰা হ’লঃ
|
1 |
ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী |
১৫ মে’ – ২০ মে’, ২০২৬ |
|
2 |
ইজৰাইল |
২৫ – ২৬ ফেব্ৰুৱাৰী , ২০২৬ |
|
3 |
মালয়েছিয়া |
৭ ফেব্ৰুৱাৰী – ৮ ফেব্ৰুৱাৰী, ২০২৬ |
|
4 |
জৰ্ডান, ইথিওপিয়া আৰু ওমান |
১৫ ডিচেম্বৰ – ১৮ ডিচেম্বৰ , ২০২৫ |
|
5 |
দক্ষিণ আফ্ৰিকা |
২১ নৱেম্বৰ – ২৩ নৱেম্বৰ , ২০২৫ |
|
6 |
ভূটান |
১১ নৱেম্বৰ – ১২ নৱেম্বৰ , ২০২৫ |
|
7 |
জাপান আৰু চীন |
২৮ আগষ্ট – ১ ছেপ্টেম্বৰ, ২০২৫ |
|
8 |
যুক্তৰাজ্য আৰু মালদ্বীপ |
২৩ জুলাই – ২৬ জুলাই, ২০২৫ |
|
9 |
ঘানা, ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়া |
০২ জুলাই – ০৯ জুলাই, ২০২৫ |
|
10 |
চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়া |
১৫ জুন – ১৯ জুন, ২০২৫ |
|
11 |
চৌদি আৰব |
২২ এপ্ৰিল ২০২৫ -২২ এপ্ৰিল ২০২৫ |
|
12 |
থাইলেণ্ড আৰু শ্ৰীলংকা |
৩ এপ্ৰিল ২০২৫ -৬ এপ্ৰিল ২০২৫ |
|
13 |
মৰিচাছ |
১১ মাৰ্চ ২০২৫ – ১২ মাৰ্চ ২০২৫ |
|
14 |
ফ্ৰান্স আৰু আমেৰিকা |
১০ ফেব্ৰুৱাৰী, ২০২৫ – ১৪ ফেব্ৰুৱাৰী, ২০২৫ |
|
15 |
কুৱেইট |
২১ ডিচেম্বৰ ২০২৪ – ২২ ডিচেম্বৰ ২০২৪ |
|
16 |
নাইজেৰিয়া, ব্ৰাজিল আৰু গায়ানা |
১৬ নৱেম্বৰ – ২২ নৱেম্বৰ, ২০২৪ |
|
17 |
ৰাছিয়া |
২২ অক্টোবৰ – ২৩ অক্টোবৰ, ২০২৪ |
|
18 |
লাওছ |
১০ অক্টোবৰ – ১১ অক্টোবৰ, ২০২৪ |
|
19 |
আমেৰিকা |
২১ ছেপ্টেম্বৰ – ২৪ ছেপ্টেম্বৰ, ২০২৪ |
|
20 |
ব্ৰুনাই আৰু ছিংগাপুৰ |
৩ ছেপ্টেম্বৰ – ৫ ছেপ্টেম্বৰ, ২০২৪ |
|
21 |
পোলেণ্ড আৰু ইউক্ৰেইন |
২১ আগষ্ট – ২৩ আগষ্ট, ২০২৪ |
|
22 |
ৰাছিয়া আৰু অষ্ট্ৰিয়া |
৮ জুলাই – ১০ জুলাই, ২০২৪ |
|
23 |
ইটালী |
১৩ জুন – ১৪ জুন, ২০২৪ |
|
24 |
ভূটান |
২২ মাৰ্চ – ২৩ মাৰ্চ, ২০২৪ |
|
25 |
সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই) আৰু কাটাৰ |
১৩ ফেব্ৰুৱাৰী – ১৫ ফেব্ৰুৱাৰী, ২০২৪ |
|
26 |
ডুবাই |
৩০ নৱেম্বৰ – ১ ডিচেম্বৰ, ২০২৩ |
|
27 |
ইণ্ডোনেছিয়া |
৬ ছেপ্টেম্বৰ – ৭ ছেপ্টেম্বৰ, ২০২৩ |
|
28 |
দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচ |
২২ আগষ্ট – ২৫ আগষ্ট, ২০২৩ |
|
29 |
ফ্ৰান্স আৰু সংযুক্ত আৰব আমিৰশ্বাহী (UAE) |
১৩ জুলাই – ১৫ জুলাই, ২০২৩ |
|
30 |
আমেৰিকা যুক্তৰাষ্ট্ৰ (আমেৰিকা) আৰু ইজিপ্ত |
২০ জুন – ২৫ জুন, ২০২৩ |
|
31 |
জাপান, পাপুয়া নিউগিনি আৰু অষ্ট্ৰেলিয়া |
১৯ মে’ – ২৫ মে’, ২০২৩ |
|
32 |
ইণ্ডোনেছিয়া |
১৪ নৱেম্বৰ – ১৬ নৱেম্বৰ, ২০২২ |
|
33 |
জাপান |
২৬ ছেপ্টেম্বৰ – ২৭ ছেপ্টেম্বৰ, ২০২২ |
|
34 |
সমৰকণ্ড, উজবেকিস্তান |
১৫ ছেপ্টেম্বৰ – ১৬ ছেপ্টেম্বৰ, ২০২২ |
|
35 |
জাৰ্মানী আৰু ইউ এ ই |
২৬ জুন – ২৮ জুন, ২০২২ |
|
36 |
জাপান |
২৩ মে’ – ২৪ মে’, ২০২২ |
|
37 |
নেপাল |
১৬ মে’ – ১৬ মে’, ২০২২ |
|
38 |
জাৰ্মানী, ডেনমাৰ্ক আৰু ফ্ৰান্স |
০২ মে’- ০৫ মে’, ২০২২ |
|
39 |
ইটালী আৰু ব্ৰিটেইন |
২৯ অক্টোবৰ – ০২ নৱেম্বৰ, ২০২১ |
| 40 |
আমেৰিকা |
২২ ছেপ্টেম্বৰ – ২৬ ছেপ্টেম্বৰ, ২০২১ |
|
41 |
বাংলাদেশ |
২৬ মাৰ্চ- ২৭ মাৰ্চ, ২০২১ |
S. No. | ভ্ৰমণৰ কৰা ঠাই | ভ্ৰমণৰ সময়কাল |
|---|
পূৰ্বৰ বিদেশ ভ্ৰমণৰ তথ্যৰ বাবে ইয়াত ‘ক্লিক’ কৰক (২৬.০৫.২০১৪ৰ পৰা)
স্থানীয় ভ্ৰমণঃ-
ব্যয়ঃ প্ৰধানমন্ত্ৰীৰ স্থানীয় ভ্ৰমণবোৰৰ খৰচ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বাজেটৰপৰা ব্যয় কৰা হয়৷
ভ্ৰমণৰ সবিশেষঃ তালিকা স্থানীয় ভ্ৰমণৰ ২৬ মে’ ২০১৪ৰ পৰা ফ্ৰধানমন্ত্ৰী ভ্ৰমণকালৰ সৈতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৱেবচাইটত উপলব্ধ৷
(21.05.2026 পৃষ্ঠাটো অন্তিমবাৰৰ বাবে আপডেট কৰা হৈছে)