মূল মেনুলৈ যাওক
A
-
A
A
+
A
A
Search
Search
ভাষা
Choose a language
English
Hindi
Urdu
Tamil
Marathi
Bengali
Malayalam
Gujarati
Telugu
Kannada
Odia
Punjabi
Assamese
Manipuri
মেনু
হ’ম
বাতৰি
বাতৰি সংযোজন
মিডিয়াত প্ৰকাশিত
মন কী বাত
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ বাৰ্তা
স্বচ্ছতাৰ অন্বেষণ
তথ্য জনাৰ অধিকাৰ
বিষয়াৰ তালিকা (পিএমঅ)
প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ
প্ৰধানমন্ত্ৰীৰ পুঁজি
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি
PM CARES Fund
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ
অন্তৰ্দেশীয় ভ্ৰমণ
আপোনাৰ প্ৰধানমন্ত্ৰীক জানক
প্ৰধানমন্ত্ৰীৰ বিষয়ে জানক
প্ৰাক্তন প্ৰধানমন্ত্ৰীসকল
চৰকাৰৰ কাৰ্যাৱলীৰ খাতিয়ান
১ বছৰ
২ বছৰ
৩ বছৰ
৪ বছৰ
মিডিয়া গ্ৰন্থাগাৰ
ফটো গেলেৰী
পোনপটীয়া সম্প্ৰচাৰ/ ভিডিঅ’ চাওক
প্ৰধানমন্ত্ৰীৰ ভাষণ
প্ৰধানমন্ত্ৰীৰ ভাষণ (ভিডিঅ’)
তথ্যসূচক আৰু উক্তি
বিখ্যাত ব্যক্তি
পুৰালেখ
ছ’চিয়েল মিডিয়াৰ আপডে’ট
প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰক
প্ৰতিবেদন
ই-গ্ৰন্থ
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বিভাগীয় তথ্য
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মোবাইল এপ ডাউনলোড কৰক
সূচী বন্ধ কৰক
HOME
পি এম ইণ্ডিয়া
মিজোৰাম আৰু মেঘালয়ত প্ৰধানমন্ত্ৰী (১৬ ডিচেম্বৰ,২০১৭)
আইজলৰ আছাম ৰাইফলছৰ কেণ্টনমেণ্টত উত্তৰ-পূবৰ উদ্যান শস্যৰ লগতে বাগিচা আৰু অবাগিচাত উৎপাদিত সামগ্ৰী তথা প্ৰযুক্তিৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ডিচেম্বৰ, ২০১৭ত। এই উপলক্ষে মিজোৰামৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) নিৰ্ভয় শৰ্মা, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ দায়িত্ব) মন্ত্ৰী(DoNER), প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ব্যক্তিগত-ৰাজহুৱা অভিযোগ, পেন্সন, আনৱিক শক্তি আৰু মহাকাশ বিভাগৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং আৰু শক্তি আৰু নব্য আৰু নৱীকৰণযোগ্য শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজ কুমাৰ সিঙকো দেখা গৈছে।
আইজলৰ আছাম ৰাইফলছৰ কেণ্টনমেণ্টত উত্তৰ-পূবৰ উদ্যান শস্যৰ লগতে বাগিচা আৰু অবাগিচাত উৎপাদিত সামগ্ৰী তথা প্ৰযুক্তিৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ডিচেম্বৰ, ২০১৭ত। এই উপলক্ষে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ দায়িত্ব) মন্ত্ৰী(DoNER), প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ব্যক্তিগত-ৰাজহুৱা অভিযোগ, পেন্সন, আনৱিক শক্তি আৰু মহাকাশ বিভাগৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং আৰু শক্তি আৰু নব্য আৰু নৱীকৰণযোগ্য শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজ কুমাৰ সিঙকো দেখা গৈছে।

আইজলৰ আছাম ৰাইফলছৰ কেণ্টনমেণ্টত নামফলক উন্মোচনেৰে টুইৰিয়েল জলবিদ্যুৎ শক্তি প্ৰকল্পৰ দেশবাসীৰ নামত উচৰ্গা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ডিচেম্বৰ, ২০১৭ত। এই উপলক্ষে মিজোৰামৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) নিৰ্ভয় শৰ্মা আৰু মুখ্যমন্ত্ৰী শ্ৰী পু লালথানহাওলা, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ দায়িত্ব) মন্ত্ৰী(DoNER), প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ব্যক্তিগত-ৰাজহুৱা অভিযোগ, পেন্সন, আনৱিক শক্তি আৰু মহাকাশ বিভাগৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং আৰু শক্তি আৰু নব্য আৰু নৱীকৰণযোগ্য শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজ কুমাৰ সিঙকো দেখা গৈছে।

আইজলৰ আছাম ৰাইফলছৰ কেণ্টনমেণ্টত উত্তৰ-পূবৰ একাংশ উদ্যোগীক ড’নাৰ মন্ত্ৰালয়ৰ অধীনত আৰম্ভ কৰা নৰ্থ-ইষ্ট ভেন্সাৰ মুলধনী পুঁজিৰ পৰা চেক প্ৰদান কৰিছে শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ডিচেম্বৰ, ২০১৭ত। এই উপলক্ষে মিজোৰামৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) নিৰ্ভয় শৰ্মা আৰু মুখ্যমন্ত্ৰী শ্ৰী পু লালথানহাওলা, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ দায়িত্ব) মন্ত্ৰী(DoNER), প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ব্যক্তিগত-ৰাজহুৱা অভিযোগ, পেন্সন, আনৱিক শক্তি আৰু মহাকাশ বিভাগৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং আৰু শক্তি আৰু নব্য আৰু নৱীকৰণযোগ্য শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজ কুমাৰ সিঙকো দেখা গৈছে।

আইজলৰ আছাম ৰাইফলছৰ কেণ্টনমেণ্টত টুইৰিয়েল জলবিদ্যুৎ শক্তি প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰাৰ উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ১৬ ডিচেম্বৰ, ২০১৭ত।

আইজলৰ আছাম ৰাইফলছৰ কেণ্টনমেণ্টত টুইৰিয়েল জলবিদ্যুৎ শক্তি প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰাৰ উপলক্ষে আয়োজিত অনুষ্ঠানসমবেত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ডিচেম্বৰ, ২০১৭ত।
আইজলৰ আছাম ৰাইফলছৰ কেণ্টনমেণ্টত টুইৰিয়েল জলবিদ্যুৎ শক্তি প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰাৰ উপলক্ষে আয়োজিত অনুষ্ঠানৰ সমবেত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ডিচেম্বৰ, ২০১৭ত।

আইজলৰ আছাম ৰাইফলছৰ কেণ্টনমেণ্টত উত্তৰ-পূবৰ উদ্যান শস্যৰ লগতে বাগিচা আৰু অবাগিচাত উৎপাদিত সামগ্ৰী তথা প্ৰযুক্তিৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ডিচেম্বৰ, ২০১৭ত।
মেঘালয়ত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আদৰণী জনাইছে, ১৬ ডিচেম্বৰ, ২০১৭ত।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ১০৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শ্বিলং-নংষ্টইন অংশ আৰু ১২৭(খ) নং ৰাষ্ট্ৰীয় ঘাইপথৰ নংষ্টইন-তুৰা অংশৰ দ্বৈতপথৰ উন্নীতকৰণ প্ৰকল্পৰ চমু আভাস দিয়াৰ সময়ত, মেঘালয়ত ১৬ ডিচেম্বৰ, ২০১৭ত। এই উপলক্ষে মেঘালয়ৰ ৰাজ্যপাল শ্ৰী গংগাপ্ৰসাদ, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ দায়িত্ব) মন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী-ৰাজহুৱা অভিযোগ, পেন্সন, আনৱিক শক্তি আৰু মহাকাশ বিভাগৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী যুধিষ্ঠিৰ সিং মালিকৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে।
১০৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শ্বিলং-নংষ্টইন অংশ আৰু ১২৭(খ) নং ৰাষ্ট্ৰীয় ঘাইপথৰ নংষ্টইন-তুৰা অংশৰ দ্বৈতপথৰ উন্নীতকৰণ প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰাৰ উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, মেঘালয়ত ১৬ ডিচেম্বৰ, ২০১৭ত। এই উপলক্ষে মেঘালয়ৰ ৰাজ্যপাল শ্ৰী গংগাপ্ৰসাদ, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ দায়িত্ব) মন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী-ৰাজহুৱা অভিযোগ, পেন্সন, আনৱিক শক্তি আৰু মহাকাশ বিভাগৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং, পথ পৰিবহণ আৰু ঘাইপথ, জাহাজ পৰিবহণ আৰু ৰসায়ণ আৰু সাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ এল. মানদাভিয়াকো দেখা গৈছে।
১০৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শ্বিলং-নংষ্টইন অংশ আৰু ১২৭(খ) নং ৰাষ্ট্ৰীয় ঘাইপথৰ নংষ্টইন-তুৰা অংশৰ দ্বৈতপথৰ উন্নীতকৰণ প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰাৰ উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, মেঘালয়ত ১৬ ডিচেম্বৰ, ২০১৭ত। এই উপলক্ষে মেঘালয়ৰ ৰাজ্যপাল শ্ৰী গংগাপ্ৰসাদ, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ দায়িত্ব) মন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী-ৰাজহুৱা অভিযোগ, পেন্সন, আনৱিক শক্তি আৰু মহাকাশ বিভাগৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং, পথ পৰিবহণ আৰু ঘাইপথ, জাহাজ পৰিবহণ আৰু ৰসায়ণ আৰু সাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ এল. মানদাভিয়া, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী যুধিষ্ঠিৰ সিং মালিকৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ১০৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শ্বিলং-নংষ্টইন অংশ আৰু ১২৭(খ) নং ৰাষ্ট্ৰীয় ঘাইপথৰ নংষ্টইন-তুৰা অংশৰ দ্বৈতপথৰ উন্নীতকৰণ প্ৰকল্পৰ চমু আভাস দিয়াৰ সময়ত, মেঘালয়ত ১৬ ডিচেম্বৰ, ২০১৭ত। এই উপলক্ষে মেঘালয়ৰ ৰাজ্যপাল শ্ৰী গংগাপ্ৰসাদ, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ দায়িত্ব) মন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী-ৰাজহুৱা অভিযোগ, পেন্সন, আনৱিক শক্তি আৰু মহাকাশ বিভাগৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ১০৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শ্বিলং-নংষ্টইন অংশ আৰু ১২৭(খ) নং ৰাষ্ট্ৰীয় ঘাইপথৰ নংষ্টইন-তুৰা অংশৰ দ্বৈতপথৰ উন্নীতকৰণ প্ৰকল্পৰ চমু আভাস দিয়াৰ সময়ত, মেঘালয়ত ১৬ ডিচেম্বৰ, ২০১৭ত। এই উপলক্ষে পথ পৰিবহণ আৰু ঘাইপথ, জাহাজ পৰিবহণ আৰু ৰসায়ণ আৰু সাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ এল. মানদাভিয়া, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী যুধিষ্ঠিৰ সিং মালিকৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নামফলক উন্মোচন কৰি ১০৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শ্বিলং-নংষ্টইন অংশ আৰু ১২৭(খ) নং ৰাষ্ট্ৰীয় ঘাইপথৰ নংষ্টইন-তুৰা অংশৰ দ্বৈতপথৰ উন্নীতকৰণ প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰিছে, মেঘালয়ত ১৬ ডিচেম্বৰ, ২০১৭ত। এই উপলক্ষে মেঘালয়ৰ ৰাজ্যপাল শ্ৰী গংগাপ্ৰসাদ, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ দায়িত্ব) মন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী-ৰাজহুৱা অভিযোগ, পেন্সন, আনৱিক শক্তি আৰু মহাকাশ বিভাগৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং, পথ পৰিবহণ আৰু ঘাইপথ, জাহাজ পৰিবহণ আৰু ৰসায়ণ আৰু সাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ এল. মানদাভিয়া, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী যুধিষ্ঠিৰ সিং মালিককো দেখা গৈছে।

শ্বিলং ভ্ৰমণ সামৰি প্ৰস্থান কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ডিচেম্বৰ, ২০১৭ত।
শ্বিলং ভ্ৰমণ সামৰি প্ৰস্থান কৰাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক বিদায় সম্ভাষণ জনাইছে মেঘালয়ৰ ৰাজ্যপাল শ্ৰী গংগাপ্ৰসাদ আৰু মুখ্যমন্ত্ৰী শ্ৰী মুকুল ছাংমাই, ১৬ ডিচেম্বৰ, ২০১৭ত।

মিজোৰাম আৰু মেঘালয় ভ্ৰমণৰ পাছত গুৱাহাটীৰ পৰা নতুন দিল্লী অভিমুখে উৰা মৰাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক বিদায় সম্ভাষণ জনাইছে অসমৰ ৰাজ্যপাল শ্ৰী জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱালে, ১৬ ডিচেম্বৰ, ২০১৭ত।