মূল মেনুলৈ যাওক
A
-
A
A
+
A
A
Search
Search
ভাষা
Choose a language
English
Hindi
Urdu
Tamil
Marathi
Bengali
Malayalam
Gujarati
Telugu
Kannada
Odia
Punjabi
Assamese
Manipuri
মেনু
হ’ম
বাতৰি
বাতৰি সংযোজন
মিডিয়াত প্ৰকাশিত
মন কী বাত
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ বাৰ্তা
স্বচ্ছতাৰ অন্বেষণ
তথ্য জনাৰ অধিকাৰ
বিষয়াৰ তালিকা (পিএমঅ)
প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ
প্ৰধানমন্ত্ৰীৰ পুঁজি
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি
PM CARES Fund
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ
অন্তৰ্দেশীয় ভ্ৰমণ
আপোনাৰ প্ৰধানমন্ত্ৰীক জানক
প্ৰধানমন্ত্ৰীৰ বিষয়ে জানক
প্ৰাক্তন প্ৰধানমন্ত্ৰীসকল
চৰকাৰৰ কাৰ্যাৱলীৰ খাতিয়ান
১ বছৰ
২ বছৰ
৩ বছৰ
৪ বছৰ
মিডিয়া গ্ৰন্থাগাৰ
ফটো গেলেৰী
পোনপটীয়া সম্প্ৰচাৰ/ ভিডিঅ’ চাওক
প্ৰধানমন্ত্ৰীৰ ভাষণ
প্ৰধানমন্ত্ৰীৰ ভাষণ (ভিডিঅ’)
তথ্যসূচক আৰু উক্তি
বিখ্যাত ব্যক্তি
পুৰালেখ
ছ’চিয়েল মিডিয়াৰ আপডে’ট
প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰক
প্ৰতিবেদন
ই-গ্ৰন্থ
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বিভাগীয় তথ্য
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মোবাইল এপ ডাউনলোড কৰক
সূচী বন্ধ কৰক
HOME
পি এম ইণ্ডিয়া
ব’টানিকেল গাৰ্ডেন-কালকাজি মেট্ৰ’ লাইন উদ্বোধনৰ মুহূৰ্তত প্ৰধানমন্ত্ৰী, উত্তৰ প্ৰদেশৰ নয়ডাত (২৫ ডিচেম্বৰ,২০১৭)
উত্তৰ প্ৰদেশৰ নয়দাৰ ব’টানিকেল গাৰ্ডেনত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আদৰণী জনাইছে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে, ২৫ ডিচেম্বৰ, ২০১৭ত।
উত্তৰ প্ৰদেশৰ নয়দাৰ ব’টানিকেল গাৰ্ডেনত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আদৰণী জনাইছে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় সাংস্কৃতিক(স্বতন্ত্ৰ দায়িত্ব) আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ মহেশ শৰ্মাই, ২৫ ডিচেম্বৰ, ২০১৭ত।

উত্তৰ প্ৰদেশৰ নয়দাত নামফলক মুকলি কৰি ব’টানিকেল গাৰ্ডেন-কলকাজী সংযোগী মেজেণ্টা মেট্ৰ’ ৰে’ল লাইন উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৫ ডিচেম্বৰ, ২০১৭ত। এই উপলক্ষে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় সাংস্কৃতিক(স্বতন্ত্ৰ দায়িত্ব) আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ মহেশ শৰ্মাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে।

উত্তৰ প্ৰদেশৰ নয়দাত মেজেণ্টা লাইন উদ্বোধন কৰাৰ পাছত ব’টানিকেল গাৰ্ডেনৰ পৰা অখলা পক্ষী অভয়াৰণ্যলৈ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে যাত্ৰা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৫ ডিচেম্বৰ, ২০১৭ত।

উত্তৰ প্ৰদেশৰ নয়দাৰ এমিটী বিশ্ববিদ্যায়ৰ খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৫ ডিচেম্বৰ, ২০১৭ত। এই উপলক্ষে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় সাংস্কৃতিক(স্বতন্ত্ৰ দায়িত্ব) আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ মহেশ শৰ্মা, গৃহ আৰু নগৰীয়া পৰিক্ৰমা(স্বতন্ত্ৰ দায়িত্ব) বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীকো দেখা গৈছে।
উত্তৰ প্ৰদেশৰ নয়দাৰ এমিটী বিশ্ববিদ্যায়ৰ খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৫ ডিচেম্বৰ, ২০১৭ত। এই উপলক্ষে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় সাংস্কৃতিক(স্বতন্ত্ৰ দায়িত্ব) আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ মহেশ শৰ্মা, গৃহ আৰু নগৰীয়া পৰিক্ৰমা(স্বতন্ত্ৰ দায়িত্ব) বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে।

উত্তৰ প্ৰদেশৰ নয়দাৰ এমিটী বিশ্ববিদ্যায়ৰ খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৫ ডিচেম্বৰ, ২০১৭ত।
কলকাজী মন্দিৰ সংযোগী মেট্ৰ’ ৰে’লৰ মেজেণ্টা লাইন মুকলি কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৫ ডিচেম্বৰ, ২০১৭ত। এই উপলক্ষে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় সাংস্কৃতিক(স্বতন্ত্ৰ দায়িত্ব) আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ মহেশ শৰ্মা, গৃহ আৰু নগৰীয়া পৰিক্ৰমা(স্বতন্ত্ৰ দায়িত্ব) বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে।
উত্তৰ প্ৰদেশৰ নয়দাৰ এমিটী বিশ্ববিদ্যায়ৰ খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৫ ডিচেম্বৰ, ২০১৭ত।

উত্তৰ প্ৰদেশৰ নয়দাৰ ব’টানিকেল গাৰ্ডেনৰ পৰা ৰাওনা হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক বিদায় জনাইছে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে. ২৫ ডিচেম্বৰ, ২০১৭ত।