মূল মেনুলৈ যাওক
A
-
A
A
+
A
A
Search
Search
ভাষা
Choose a language
English
Hindi
Urdu
Tamil
Marathi
Bengali
Malayalam
Gujarati
Telugu
Kannada
Odia
Punjabi
Assamese
Manipuri
মেনু
হ’ম
বাতৰি
বাতৰি সংযোজন
মিডিয়াত প্ৰকাশিত
মন কী বাত
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ বাৰ্তা
স্বচ্ছতাৰ অন্বেষণ
তথ্য জনাৰ অধিকাৰ
বিষয়াৰ তালিকা (পিএমঅ)
প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ
প্ৰধানমন্ত্ৰীৰ পুঁজি
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি
PM CARES Fund
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ
অন্তৰ্দেশীয় ভ্ৰমণ
আপোনাৰ প্ৰধানমন্ত্ৰীক জানক
প্ৰধানমন্ত্ৰীৰ বিষয়ে জানক
প্ৰাক্তন প্ৰধানমন্ত্ৰীসকল
চৰকাৰৰ কাৰ্যাৱলীৰ খাতিয়ান
১ বছৰ
২ বছৰ
৩ বছৰ
৪ বছৰ
মিডিয়া গ্ৰন্থাগাৰ
ফটো গেলেৰী
পোনপটীয়া সম্প্ৰচাৰ/ ভিডিঅ’ চাওক
প্ৰধানমন্ত্ৰীৰ ভাষণ
প্ৰধানমন্ত্ৰীৰ ভাষণ (ভিডিঅ’)
তথ্যসূচক আৰু উক্তি
বিখ্যাত ব্যক্তি
পুৰালেখ
ছ’চিয়েল মিডিয়াৰ আপডে’ট
প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰক
প্ৰতিবেদন
ই-গ্ৰন্থ
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বিভাগীয় তথ্য
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মোবাইল এপ ডাউনলোড কৰক
সূচী বন্ধ কৰক
HOME
পি এম ইণ্ডিয়া
পশ্চিম বংগত প্ৰধানমন্ত্ৰী (২৫ মে’ ২০১৮)
পশ্চিমবংগত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৫ মে’, ২০১৮ত।
পশ্চিমবংগত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আদৰণী জনাইছে পশ্চিমবংগৰ ৰাজ্যপাল শ্ৰী কেশৰী নাথ ত্ৰিপাঠী আৰু গুৰু উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বাবুল সুপ্ৰিঅ’ই, ২৫ মে’, ২০১৮ত।
পশ্চিমবংগৰ শান্তি নিকেতনত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আদৰণী জনাইছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জীয়ে, ২৫ মে’, ২০১৮ত।
পশ্চিমবংগৰ শান্তি নিকেতনত উপস্থিত হোৱাৰ সময়ত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাক আদৰণী জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৫ মে’, ২০১৮ত।
পশ্চিমবংগৰ শান্তি নিকেতনত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৫ মে’, ২০১৮ত। এই উপলক্ষে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জীকো দেখা গৈছে।
পশ্চিমবংগৰ শান্তি নিকেতনত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৫ মে’, ২০১৮ত।
পশ্চিমবংগৰ শান্তি নিকেতনত বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনা, ২৫ মে’, ২০১৮ত। এই উপলক্ষে পশ্চিমবংগৰ ৰাজ্যপাল শ্ৰী কেশৰী নাথ ত্ৰিপাঠী, মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে।

The Prime Minister, Shri Narendra Modi addressing at the Convocation of Visva-Bharati University, at Santi Niketan, in West Bengal on May 25, 2018.
পশ্চিমবংগৰ শান্তি নিকেতনত বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৫ মে’, ২০১৮ত। এই উপলক্ষে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনা, পশ্চিমবংগৰ ৰাজ্যপাল শ্ৰী কেশৰী নাথ ত্ৰিপাঠী, মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে।
পশ্চিমবংগৰ শান্তি নিকেতনৰ ভিজিটৰছ বুকত স্বাক্ষৰ কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাই, ২৫ মে’, ২০১৮ত। এই উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীকো দেখা গৈছে।
পশ্চিমবংগৰ শান্তি নিকেতনত যুটীয়াভাৱে বাংলাদেশ ভৱন উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাই, ২৫ মে’, ২০১৮ত। এই উপলক্ষে পশ্চিমবংগৰ ৰাজ্যপাল শ্ৰী কেশৰী নাথ ত্ৰিপাঠীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে।
পশ্চিমবংগৰ শান্তি নিকেতনত যুটীয়াভাৱে বাংলাদেশ ভৱন উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাই, ২৫ মে’, ২০১৮ত।
পশ্চিমবংগৰ শান্তি নিকেতনত যুটীয়াভাৱে বাংলাদেশ ভৱন উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাই, ২৫ মে’, ২০১৮ত। এই উপলক্ষে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জীকো দেখা গৈছে।
পশ্চিমবংগৰ শান্তি নিকেতনত বাংলাদেশ ভৱন উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনা, ২৫ মে’, ২০১৮ত।
পশ্চিমবংগৰ শান্তি নিকেতনত বাংলাদেশ ভৱন উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনা, ২৫ মে’, ২০১৮ত। এই উপলক্ষে পশ্চিমবংগৰ ৰাজ্যপাল শ্ৰী কেশৰী নাথ ত্ৰিপাঠী, মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে।
পশ্চিমবংগৰ শান্তি নিকেতনত বাংলাদেশ ভৱনৰ উদ্বোধনী অনুষ্ঠানত সমবেত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৫ মে’, ২০১৮ত।
পশ্চিমবংগৰ শান্তি নিকেতনত বাংলাদেশ ভৱনৰ উদ্বোধনী অনুষ্ঠানত সমবেত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৫ মে’, ২০১৮ত।