মূল মেনুলৈ যাওক
A
-
A
A
+
A
A
Search
Search
ভাষা
Choose a language
English
Hindi
Urdu
Tamil
Marathi
Bengali
Malayalam
Gujarati
Telugu
Kannada
Odia
Punjabi
Assamese
Manipuri
মেনু
হ’ম
বাতৰি
বাতৰি সংযোজন
মিডিয়াত প্ৰকাশিত
মন কী বাত
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ বাৰ্তা
স্বচ্ছতাৰ অন্বেষণ
তথ্য জনাৰ অধিকাৰ
বিষয়াৰ তালিকা (পিএমঅ)
প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ
প্ৰধানমন্ত্ৰীৰ পুঁজি
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি
PM CARES Fund
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ
অন্তৰ্দেশীয় ভ্ৰমণ
আপোনাৰ প্ৰধানমন্ত্ৰীক জানক
প্ৰধানমন্ত্ৰীৰ বিষয়ে জানক
প্ৰাক্তন প্ৰধানমন্ত্ৰীসকল
চৰকাৰৰ কাৰ্যাৱলীৰ খাতিয়ান
১ বছৰ
২ বছৰ
৩ বছৰ
৪ বছৰ
মিডিয়া গ্ৰন্থাগাৰ
ফটো গেলেৰী
পোনপটীয়া সম্প্ৰচাৰ/ ভিডিঅ’ চাওক
প্ৰধানমন্ত্ৰীৰ ভাষণ
প্ৰধানমন্ত্ৰীৰ ভাষণ (ভিডিঅ’)
তথ্যসূচক আৰু উক্তি
বিখ্যাত ব্যক্তি
পুৰালেখ
ছ’চিয়েল মিডিয়াৰ আপডে’ট
প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰক
প্ৰতিবেদন
ই-গ্ৰন্থ
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বিভাগীয় তথ্য
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মোবাইল এপ ডাউনলোড কৰক
সূচী বন্ধ কৰক
HOME
পি এম ইণ্ডিয়া
আন্দামান আৰু নিকোবৰত প্ৰধানমন্ত্ৰী (৩০ ডিচেম্বৰ, ২০১৮)
কাৰ নিকোবৰৰ ছুনামীত প্ৰাণহানি হোৱাৰ সকলৰ স্মৃতিসৌধত পুষ্পমাল্য অৰ্পণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ৩০ ডিচেম্বৰ, ২০১৮ত৷
কাৰ নিকোবৰৰ ছুনামীত প্ৰাণহানি হোৱাৰ সকলৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ৩০ ডিচেম্বৰ, ২০১৮ত৷

কাৰ নিকোবৰত দ্বীপপুঞ্জৰ একাংশ জনজাতীয় সম্প্ৰদায়ৰ মুৰব্বী আৰু খ্যাতিসম্পন্ন ক্ৰীড়াবিদৰ সৈতে বাৰ্তালাপ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ৩০ ডিচেম্বৰ, ২০১৮ত৷

কাৰ নিকোবৰত দ্বীপপুঞ্জৰ একাংশ জনজাতীয় সম্প্ৰদায়ৰ মুৰব্বী আৰু খ্যাতিসম্পন্ন ক্ৰীড়াবিদৰ সৈতে বাৰ্তালাপ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ৩০ ডিচেম্বৰ, ২০১৮ত৷ এই উপলক্ষে যোগাযোগ (স্বতন্ত্ৰ দায়িত্ব) আৰু ৰে’ল ৰাজ্য মন্ত্ৰী শ্ৰী মনোজ সিনহাকো দেখা গৈছে৷
কাৰ নিকোবৰত এক ৰাজহুৱা সভাত আৰঙৰ আইটিআই আৰু অত্যাধূনিক ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ৩০ ডিচেম্বৰ, ২০১৮ত৷ এই উপলক্ষে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেণ্ট গৱৰ্ণৰ এডমাইৰেল (অৱসৰপ্ৰাপ্ত) ডি.কে. যোশী আৰু যোগাযোগ (স্বতন্ত্ৰ দায়িত্ব) আৰু ৰে’ল ৰাজ্য মন্ত্ৰী শ্ৰী মনোজ সিনহাকো দেখা গৈছে৷
কাৰ নিকোবৰত এক ৰাজহুৱা সভাত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ৩০ ডিচেম্বৰ, ২০১৮ত৷

পোৰ্ট ব্লেয়াৰত নেতাজীৰ দ্বাৰা ভাৰত ভূমিত প্ৰথম ত্ৰিৰংগা পতাকা উত্তোলনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে সুউচ্চ পতাকা উত্তোলন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ৩০ ডিচেম্বৰ, ২০১৮ত৷

পোৰ্ট ব্লেয়াৰত নেতাজী সুভাষ চন্দ্ৰ বসূৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ৩০ ডিচেম্বৰ, ২০১৮ত৷

পোৰ্ট ব্লেয়াৰৰ মেৰিনা পাৰ্কত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ৩০ ডিচেম্বৰ, ২০১৮ত৷
পোৰ্ট ব্লেয়াৰৰ শ্বহীদ স্তম্ভত পুষ্পমাল্য অৰ্পণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ৩০ ডিচেম্বৰ, ২০১৮ত৷
পোৰ্ট ব্লেয়াৰত চেলুলাৰ জে’ল পৰিদৰ্শন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ৩০ ডিচেম্বৰ, ২০১৮ত৷

পোৰ্ট ব্লেয়াৰত নেতাজীৰ দ্বাৰা ভাৰত ভূমিত প্ৰথম ত্ৰিৰংগা পতাকা উত্তোলনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে স্মাৰক ডাক টিকট মুকলি কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ৩০ ডিচেম্বৰ, ২০১৮ত৷ এই উপলক্ষে যোগাযোগ (স্বতন্ত্ৰ দায়িত্ব) আৰু ৰে’ল ৰাজ্য মন্ত্ৰী শ্ৰী মনোজ সিনহাকো দেখা গৈছে৷
পোৰ্ট ব্লেয়াৰত নেতাজীৰ দ্বাৰা ভাৰত ভূমিত প্ৰথম ত্ৰিৰংগা পতাকা উত্তোলনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে স্মাৰক মুদ্ৰা মুকলি কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ৩০ ডিচেম্বৰ, ২০১৮ত৷ এই উপলক্ষে যোগাযোগ (স্বতন্ত্ৰ দায়িত্ব) আৰু ৰে’ল ৰাজ্য মন্ত্ৰী শ্ৰী মনোজ সিনহাকো দেখা গৈছে৷
পোৰ্ট ব্লেয়াৰত নেতাজীৰ দ্বাৰা ভাৰত ভূমিত প্ৰথম ত্ৰিৰংগা পতাকা উত্তোলনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে ফাৰ্ষ্ট ডে কভাৰ মুকলি কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ৩০ ডিচেম্বৰ, ২০১৮ত৷ এই উপলক্ষে যোগাযোগ (স্বতন্ত্ৰ দায়িত্ব) আৰু ৰে’ল ৰাজ্য মন্ত্ৰী শ্ৰী মনোজ সিনহাকো দেখা গৈছে৷
পোৰ্ট ব্লেয়াৰত নেতাজীৰ দ্বাৰা ভাৰত ভূমিত প্ৰথম ত্ৰিৰংগা পতাকা উত্তোলনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠান ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ৩০ ডিচেম্বৰ, ২০১৮ত৷