পি এম ইণ্ডিয়া
শ্ৰী নৰেন্দ্ৰ মোদী [ 1135KB ] |
প্ৰধানমন্ত্ৰী আৰু: কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়; পাৰমাণৱিক শক্তি বিভাগ; মহাকাশ বিভাগ; সকলো গুৰুত্বপূৰ্ণ নীতি প্ৰসংগত আৰু কোনো মন্ত্ৰীলৈ বিতৰণ নকৰা আন সকলো দপ্তৰৰ. |
|
কেবিনেট মন্ত্ৰীসকল |
||
| 1 | শ্ৰী ৰাজনাথ সিং [ 662KB ] |
প্ৰতিৰক্ষা মন্ত্ৰী |
| 2 | শ্ৰী অমিত শ্বাহ [ 895KB ] |
গৃহ পৰিক্ৰমা মন্ত্ৰী |
| 3 | শ্ৰী নীতিন জয়ৰাম গাডকাৰী [ 1597KB ] |
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী আৰু ক্ষুদ্ৰ, লঘু আৰু মজলীয়া প্ৰতিষ্ঠান মন্ত্ৰী. |
| 4 | শ্ৰী ডি.ভি. সদানন্দ গৌড়া | ৰসায়ন আৰু সাৰ মন্ত্ৰী।. |
| 5 | শ্ৰীমতী নিৰ্মলা সীতাৰমণ [ 1875KB ] |
বিত্ত মন্ত্ৰী আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী. |
| 6 | শ্ৰী ৰামবিলাস পাছৱান [ 933KB ] |
গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী. |
| 7 | শ্ৰী নৰেন্দ্ৰ সিং টোমৰ [ 820KB ] |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী; গ্ৰামোন্নয়ন মন্ত্ৰী আৰু পঞ্চায়তীৰাজ মন্ত্ৰী. |
| 8 | শ্ৰী ৰবি শংকৰ প্ৰসাদ [ 2213KB ] |
আইন আৰু ন্যায় মন্ত্ৰী; যোগাযোগ মন্ত্ৰী আৰু ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী. |
| 9 | শ্ৰীমতী হৰচিমৰত কৌৰ বাদল | খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী।. |
| 10 | শ্ৰী থাৱৰ চান্দ গেহলট [ 2080KB ] |
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী |
| 11 | ডঃ সুব্ৰমণিয়ম জয়শংকৰ [ 2453KB ] |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী |
| 12 | শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’ [ 1277KB ] |
মানৱ সম্পদ উন্নয়ন মন্ত্ৰী. |
| 13 | শ্ৰী অৰ্জুন মুণ্ডা [ 2206KB ] |
জনজাতি পৰিক্ৰমা মন্ত্ৰী |
| 14 | শ্ৰীমতী স্মৃতি জুবিন ইৰাণী [ 817KB ] |
মহিলা আৰু শিশু বিকাশ মন্ত্ৰী আৰু বস্ত্ৰ মন্ত্ৰী. |
| 15 | ডাঃ হৰ্ষ বৰ্ধন [ 226KB ] |
Mস্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী; বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী আৰু ভূ বিজ্ঞান মন্ত্ৰী |
| 16 | শ্ৰী প্ৰকাশ জাভড়েকাৰ [ 905KB ] |
পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী; তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আৰু গুৰু উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰী |
| 17 | শ্ৰী পীয়ূষ গোয়েল [ 421KB ] |
ৰেল মন্ত্ৰী আৰু বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী. |
| 18 | শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান [ 2450KB ] |
Mপেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী আৰু তীখা মন্ত্ৰী. |
| 19 | শ্ৰী মুখতাৰ অব্বাচ নকভী [ 978KB ] |
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী |
| 20 | শ্ৰী প্ৰহ্লাদ যোশী [ 2896KB ] |
সংসদীয় পৰিক্ৰমা মন্ত্ৰী; কয়লা মন্ত্ৰী আৰু খনি মন্ত্ৰী. |
| 21 | ডঃ মহেন্দ্ৰ নাথ পাণ্ডে [ 1215KB ] |
দক্ষতা বিকাশ আৰু উদ্যোগশীলতা মন্ত্ৰী. |
| 22 | শ্ৰী অৰবিন্দ গনপট চাৱন্ত | গুৰু উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰী |
| 23 | শ্ৰী গিৰিৰাজ সিং [ 822KB ] |
পশু পালন, দুগ্ধ উন্নয়ন আৰু মীন মন্ত্ৰী. |
| 24 | শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট [ 1450KB ] |
জল শক্তি মন্ত্ৰী |
ৰাজ্যিক মন্ত্ৰীসকল (স্বতন্ত্ৰ দায়িত্ব) |
||
| 1 | শ্ৰী সন্তোষ কুমাৰ গংৱাৰ [ 2510KB ] |
শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) |
| 2 | ৰাও ইন্দ্ৰজিৎ সিং [ 2058KB ] |
পৰিসংখ্যা আৰু কাৰ্যক্ৰম ৰূপায়ণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আৰু পৰিকল্পনা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)। |
| 3 | শ্ৰী শ্ৰীপদ য়েছ’ নাইক [ 3648KB ] |
আয়ুৰ্বেদ, যোগ আৰু প্রাকৃতিক চিকিৎসা, য়ুনানী, সিদ্ধ আৰু হোমিঅ’পেথী (AYUSH) মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আৰু |
| 4 | ডাঃ জিতেন্দ্ৰ সিং [ 244KB ] |
উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী; কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; পাৰমাণৱিক শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী |
| 5 | শ্ৰী কিৰেণ ৰিজিজু [ 1342KB ] |
যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 6 | শ্ৰী প্ৰহ্লাদ সিং পেটেল [ 3515KB ] |
সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আৰু পৰ্যটন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)। |
| 7 | শ্ৰী ৰাজ কুমাৰ সিং [ 725KB ] |
শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আৰু দক্ষতা বিকাশ আৰু উদ্যোগশীলতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 8 | শ্ৰী হৰদ্বীপ সিং পুৰী [ 1098KB ] |
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আৰু বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| 9 | শ্ৰী মনসুখ এল. মাণ্ডব্য [ 2113KB ] |
জাহাজ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আৰু ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
ৰাজ্যিক মন্ত্ৰীসকল |
||
| 1 | শ্ৰী ফগ্গনসিং কুলাস্তে [ 3547KB ] |
তীখা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 2 | শ্ৰী অশ্বিনী কুমাৰ চৌবে [ 1988KB ] |
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 3 | শ্ৰী অৰ্জুন ৰাম মেঘৱাল [ 980KB ] |
সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু গুৰু উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 4 | জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভি.কে. সিং [ 722KB ] |
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 5 | শ্ৰী কৃষ্ণণ পাল [ 2419KB ] |
সামাজিক ন্য়ায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 6 | শ্ৰী দানবে ৰাওচাহেব দাদাৰাও [ 3049KB ] |
গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 7 | শ্ৰী জি. কিষাণ ৰেড্ডী [ 1969KB ] |
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 8 | শ্ৰী পুৰুষোত্তম ৰূপালা [ 5126KB ] |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 9 | শ্ৰী ৰামদাস আথৱালে [ 2413KB ] |
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 10 | সাধবী নিৰঞ্জন জ্যোতি [ 1070KB ] |
গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 11 | শ্ৰী বাবুল সুপ্ৰিয় [ 2086KB ] |
পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 12 | শ্ৰী সঞ্জীৱ কুমাৰ বালয়ান [ 1321KB ] |
পশু পালন, দুগ্ধ উন্নয়ন আৰু মীন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 13 | শ্ৰী ধট্ৰে সঞ্জয় চামৰাও [ 3043KB ] |
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; যোগাযোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 14 | শ্ৰী অনুৰাগ সিং ঠাকুৰ [ 4131KB ] |
বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 15 | শ্ৰী অংগাদী সুৰেশ চান্নাবাচাপ্পা | ৰেল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 16 | শ্ৰী নিত্যানন্দ ৰায় [ 2012KB ] |
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 17 | শ্ৰী ৰট্টন লাল কাটাৰিয়া [ 2050KB ] |
জল শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু সামাজিক ন্য়ায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 18 | শ্ৰী ভি. মুৰলীধৰণ [ 887KB ] |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 19 | শ্ৰীমতী ৰেণুকা সিং চাৰুটা [ 1125KB ] |
জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 20 | শ্ৰী সোম প্ৰকাশ [ 679KB ] |
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 21 | শ্ৰী ৰামেশ্বৰ তেলী [ 1157KB ] |
খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 22 | শ্ৰী প্ৰতাপ চন্দ্ৰ চাৰাংগী [ 1319KB ] |
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া প্ৰতিষ্ঠান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু পশু পালন, দুগ্ধ উন্নয়ন আৰু মীন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 23 | শ্ৰী কৈলাশ চৌধুৰী [ 236KB ] |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। |
| 24 | সুশ্ৰী দেৱশ্ৰী চৌধুৰী [ 1273KB ] |
মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। | Prime Minister |
|---|---|---|
(16.12.2020 ত শেহতীয়া আপডেট কৰা হৈছে)