পি এম ইণ্ডিয়া
শ্ৰী নৰেন্দ্ৰ মোদী [ 965KB ] |
প্ৰধানমন্ত্ৰীৰ লগতে নিম্নোক্ত বিভাগসমূহৰ দায়িত্বত নিয়োজিত— চৰকাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়; আণৱিক শক্তি বিভাগ; মহাকাশ বিভাগ; আৰু সকলো গুৰুত্বপূৰ্ণ নীতিগত বিষয়; আৰু কোনো মন্ত্ৰীৰ হাতত নথকা আন যিকোনো বিভাগ৷ |
|
কেবিনেট মন্ত্ৰীসকল |
||
| ১ | শ্ৰী ৰাজনাথ সিং | গৃহ মন্ত্ৰী |
| ২ | শ্ৰীমতী সুষমা স্বৰাজ [ 654KB ] |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী |
| ৩ | শ্ৰী অৰুণ জেটলী [ 4731KB ] |
বিত্ত মন্ত্ৰী আৰু ক’ৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী৷ |
| ৪ | শ্ৰী নিতীন জয়ৰাম গাডকাৰী [ 2130KB ] |
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী, জল পৰিবহণ মন্ত্ৰী, জল সম্পদ মন্ত্ৰী, নদী উন্নয়ন আৰু গংগা পৰিষ্কাৰকৰণ মন্ত্ৰী৷ |
| ৫ | শ্ৰী সুৰেশ প্ৰভু [ 2197KB ] |
বাণিজ্য আৰু উদ্যোগ; অসামৰিক বিমান পৰিবহণ মন্ত্ৰী |
| ৬ | শ্ৰী ডি.ভি সদানন্দ গৌড়া [ 132KB ] |
পৰিসংখ্যা আৰু আঁচনি ৰূপায়ন মন্ত্ৰী ৰসায়ন আৰু সাৰ মন্ত্ৰী, |
| ৭ | সুশ্ৰী উমা ভাৰতী [ 1626KB ] |
খোৱা পানী আৰু স্বচ্ছতা মন্ত্ৰী |
| ৮ | শ্ৰী ৰামবিলাস পাছৱান [ 931KB ] |
গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী৷ |
| ৯ | শ্ৰীমতী মানেকা সঞ্জয় গান্ধী [ 699KB ] |
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী |
| ১০ | শ্ৰী অনন্ত কুমাৰ [ 3132KB ] [প্ৰয়াত] |
ৰসায়ন আৰু সাৰ মন্ত্ৰী, সংসদীয় পৰিক্ৰমা মন্ত্ৰী |
| ১১ | শ্ৰী ৰবি শংকৰ প্ৰসাদ [ 2255KB ] |
আইন আৰু ন্যায় মন্ত্ৰী, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী |
| ১২ | শ্ৰী জগত প্ৰকাশ নাড্ডা [ 2839KB ] |
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী |
| ১৩ | শ্ৰী অনন্ত গীতে [ 1993KB ] |
গধুৰ আৰু ৰাজহুৱা উদ্যোগ মন্ত্ৰী |
| ১৪ | শ্ৰীমতী হৰছিমৰত কৌৰ বাদল [ 4041KB ] |
খাদ্য প্ৰস্তুত উদ্যোগ মন্ত্ৰী |
| ১৫ | শ্ৰী নৰেন্দ্ৰ সিং তোমৰ [ 1145KB ] |
গ্ৰাম্য উন্নয়ন মন্ত্ৰী, পঞ্চায়তী ৰাজ মন্ত্ৰী, খনি মন্ত্ৰী |
| ১৬ | শ্ৰী চৌধাৰী বিৰেন্দৰ সিং [ 1497KB ] |
তীখা মন্ত্ৰী |
| ১৭ | শ্ৰী জুৱেল অ’ৰাম [ 3697KB ] |
জনজাতীয় পৰিক্ৰমা মন্ত্ৰী |
| ১৮ | শ্ৰী ৰাধা মোহন সিং [ 1461KB ] |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী |
| ১৯ | শ্ৰী থাৱৰ চন্দ্ৰ গেহলোট [ 2133KB ] |
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী |
| ২০ | শ্ৰী স্মৃতি জুবিন ইৰাণী [ 3987KB ] |
বস্ত্ৰশিল্প মন্ত্ৰী তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী, |
| ২১ | ড০ হৰ্ষ বৰ্ধন [ 229KB ] |
বিজ্ঞান আৰু প্ৰযু্ক্তি মন্ত্ৰী, পৃথিৱী বিজ্ঞান মন্ত্ৰী, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী |
| ২২ | শ্ৰী প্ৰকাশ জাভেড়কাৰ [ 619KB ] |
মানৱ সম্পদ উন্নয়ন মন্ত্ৰী |
| ২৩ | শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান [ 3279KB ] |
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী, দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰী |
| ২৪ | শ্ৰী পিয়ুষ গোৱেল [ 493KB ] |
ৰে’লৱে মন্ত্ৰী, কয়লা মন্ত্ৰী |
| ২৫ | শ্ৰীমতী নিৰ্মলা সীতাৰমণ [ 1679KB ] |
প্ৰতিৰক্ষা মন্ত্ৰী |
| ২৬ | শ্ৰী মুখটাৰ আব্বাছ নকভী [ 1218KB ] |
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী |
| ২৭ | শ্ৰী এম.ভেংকায়া নাইডু [ 885KB ] [১৮.০৭.২০১৭ত পদত্যাগ] |
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী |
| ২৮ | শ্ৰী কালৰাজ মিশ্ৰ [০২.০৯.২০১৭ত পদত্যাগ] |
সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী |
| ২৯ | শ্ৰী অশোক গাজাপতী ৰাজু পুছাপতী [ 1667KB ] [০৯.০৩.২০১৮ত পদত্যাগ] |
অসামৰিক বিমান পৰিবহণ মন্ত্ৰী |
ৰাজ্যিক মন্ত্ৰীসকল (স্বতন্ত্ৰ দায়িত্ব) |
||
| ১ | শ্ৰী ৰাও ইন্দৰজিৎ সিং [ 2101KB ] |
পৰিকল্পনা মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী, ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২ | শ্ৰী সন্তোষ কুমাৰ গেংৱাৰ [ 3489KB ] |
শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
| ৩ | শ্ৰী শ্ৰীপদ য়েছো নাইক [ 3011KB ] |
আয়ুৰ্বেদ, যোগ আৰু নিউৰ’পেথী, উনানী, সিদ্ধ আৰু হোমিঅ’পেথী(আয়ুস)মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী৷ |
| ৪ | ড০ জিতেন্দ্ৰ সিং [ 1407KB ] |
ড’নাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী; প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী; চৰকাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী; আণৱিক শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী; আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী৷ |
| ৫ | ড০ মহেশ শৰ্মা [ 1955KB ] |
সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী; আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৬ | শ্ৰী গিৰিৰাজ সিং [ 841KB ] |
সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
| ৭ | শ্ৰী মনোজ সিনহা [ 859KB ] |
যোগাযোগ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী; আৰু ৰে’লৱে মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী৷ |
| ৮ | কৰ্ণেল ৰাজ্যৱৰ্ধন সিং ৰাথোড় [ 1436KB ] |
যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী৷ |
| ৯ | শ্ৰী ৰাজ কুমাৰ সিং [ 607KB ] |
শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী, নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী৷ |
| ১০ | শ্ৰী হৰদ্বীপ সিং পুৰী [ 1221KB ] |
হাউচিং আৰু নগৰীকৰণ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
| ১১ | শ্ৰী এলফ’নছ কান্নানথানাম [ 1970KB ] |
পৰ্যটন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তিৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী |
| ১২ | শ্ৰী বন্দৰু দাট্টাট্ৰেয় [০২.০৯.২০১৭ত দায়িত্ব ত্যাগ] |
শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
| ১৩ | শ্ৰী ৰাজীৱ প্ৰতাপ ৰেড্ডী [০২.০৯.২০১৭ত দায়িত্ব ত্যাগ] |
দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
ৰাজ্যিক মন্ত্ৰীসকল |
||
| ১ | শ্ৰী বিজয় গোৱেল [ 1991KB ] |
সংসদীয় পৰিক্ৰমা মন্ত্ৰী, পৰিসংখ্যা আৰু আঁচনি ৰূপায়ন মন্ত্ৰী |
| ২ | শ্ৰী ৰাধাকৃষণ পি [ 1636KB ] |
বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী৷ |
| ৩ | শ্ৰী এছ.এছ আহলুৱালিয়া [ 1794KB ] |
খোৱা পানী আৰু স্বচ্ছতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৪ | শ্ৰী ৰমেশ চন্দপ্পা জিগাজিনাগী [ 838KB ] |
খোৱা পানী আৰু স্বচ্ছতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৫ | শ্ৰী ৰামদাস আথাৱালে [ 1575KB ] |
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৬ | শ্ৰী বিষ্ণু দেও ছাই [ 1563KB ] |
তীখা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৭ | শ্ৰী ৰাম কৃপাল যাদৱ [ 968KB ] |
গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৮ | শ্ৰী হংসৰাজ গংগাৰাম আহিৰ [ 2480KB ] |
গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৯ | শ্ৰী হৰিভাই পাৰাথিভাই চৌধাৰী [ 1289KB ] |
খনিজ সম্পদ আৰু কয়লা মন্ত্ৰী |
| ১০ | শ্ৰী ৰাজেন গোঁহাই [ 1315KB ] |
ৰে’লৱে ৰাজ্যিক মন্ত্ৰী |
| ১১ | ভি.কে সিং [ 677KB ] |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ১২ | শ্ৰী পৰষোত্তম ৰুপালা [ 3892KB ] |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী৷ |
| ১৩ | শ্ৰী কৃষণ পাল [ 1872KB ] |
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ১৪ | শ্ৰী যশৱন্ত সিনহা সুমনভাই ভাবোৰ [ 2101KB ] |
জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ১৫ | শ্ৰী শিৱ প্ৰতাপ শুক্লা [ 863KB ] |
বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ১৬ | শ্ৰী অশ্বিনী কুমাৰ চৌবে [ 1591KB ] |
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ১৭ | শ্ৰী সুদৰ্শন ভগত [ 868KB ] |
জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ১৮ | শ্ৰী উপেন্দ্ৰ কুশৱাহা [11.12.2018ত দায়িত্ব ত্যাগ] |
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ১৯ | শ্ৰী কিৰেণ ৰিজিজু [ 1495KB ] |
গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২০ | ড০ বিৰেন্দ্ৰ কুমাৰ [ 977KB ] |
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যক মন্ত্ৰী, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২১ | শ্ৰী অনন্ত কুমাৰ হেগড়ে [ 1867KB ] |
দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২২ | শ্ৰী এম.জে আকবৰ [ 1075KB ] [17.10.2018ত দায়িত্ব ত্যাগ] |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২৩ | ছাদভী নিৰঞ্জন জ্যোতি [ 949KB ] |
খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২৪ | শ্ৰী জয়ন্ত সিনহা [ 2367KB ] |
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২৫ | শ্ৰী বাবুল সুপ্ৰিয়ো [ 5031KB ] |
গধুৰ উদ্যোগ আৰু ৰাজহুৱা উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২৬ | শ্ৰী বিজয় ছাম্পলা [ 1210KB ] |
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২৭ | শ্ৰী অৰ্জুন ৰাম মেঘৱাল [ 1538KB ] |
সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰ্জীৱিকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২৮ | শ্ৰী অজয় তামটা [ 1557KB ] |
বস্ত্ৰশিল্প মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২৯ | শ্ৰীমতী কৃষ্ণ ৰাজ [ 470KB ] |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩০ | শ্ৰী মনসুখ এল মান্দাভিয়া [ 2659KB ] |
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩১ | শ্ৰীমতী অনুপ্ৰিয়া পেটেল [ 2570KB ] |
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩২ | শ্ৰী চি.আৰ চৌধাৰী [ 2218KB ] |
গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩৩ | শ্ৰী পি.পি চৈধাৰী [ 1330KB ] |
আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, কৰ্প’ৰেট মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩৪ | ড০ সুভাষ ৰামৰাও ভাম্ৰে [ 1952KB ] |
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩৫ | শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট [ 1155KB ] |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩৬ | ড০ সত্য পাল সিং [ 1195KB ] |
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰ্জীৱিকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩৭ | শ্ৰী ফাগ্গান সিং কুলাষ্টি [০২.০৯.২০১৭ত দায়িত্ব ত্যাগ] |
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী৷ |
| ৩৮ | ড০ সঞ্জীৱ কুমাৰ বাল্য [ 1610KB ] [০২.০৯.২০১৭ত দায়িত্ব ত্যাগ] |
জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰ্জীৱিকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩৯ | ড০ মহেন্দ্ৰ নাথ পাণ্ডে [০২.০৯.২০১৭ত দায়িত্ব ত্যাগ] |
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৪০ | শ্ৰী ৱাই.এছ. চৌধাৰী [ 1125KB ] [০৯.০৩.২০১৮ত দায়িত্ব ত্যাগ] |
বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ ৰাজ্যক মন্ত্ৰী৷ |
প্ৰধানমন্ত্ৰী |
|---|---|---|
(27.02.2019 ত পৃষ্ঠাটো শেহতীয়াকৈ আপডেট কৰা হৈছে)