পি এম ইণ্ডিয়া
শ্ৰী নৰেন্দ্ৰ মোদী [ 0KB ] |
প্ৰধানমন্ত্ৰী আৰু লগতে তেখেতৰ দায়িত্বত আছেঃ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়; পাৰমাণৱিক শক্তি বিভাগ; মহাকাশ বিভাগ; সকলো গুৰুত্বপূৰ্ণ নীতিগত বিষয়; আৰু কোনো মন্ত্ৰীক প্ৰদান নকৰা আন সকলো দপ্তৰ |
|
কেবিনেট মন্ত্ৰীসকল |
||
| 1 | শ্ৰী ৰাজনাথ সিং [ 0KB ] |
প্ৰতিৰক্ষা মন্ত্ৰী |
| 2 | শ্ৰী অমিত শ্বাহ [ 967KB ] |
গৃহ পৰিক্ৰমা মন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী |
| 3 | শ্ৰী নীতিন জয়ৰাম গাডকাৰী [ 1685KB ] |
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী |
| 4 | শ্ৰীমতী নিৰ্মলা সীতাৰমন [ 2114KB ] |
বিত্ত মন্ত্ৰী আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী |
| 5 | শ্ৰী নৰেন্দ্ৰ সিং টোমৰ | কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী |
| 6 | ডঃ সুব্ৰমনিয়াম জয়শংকৰ [ 2569KB ] |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী |
| 7 | শ্ৰী অৰ্জুন মুণ্ডা [ 2364KB ] |
জনজাতি পৰিক্ৰমা মন্ত্ৰী |
| 8 | শ্ৰীমতী স্মৃতি জুবিন ইৰানী [ 4556KB ] |
মহিলা আৰু শিশু বিকাশ মন্ত্ৰী আৰু |
| 9 | শ্ৰী পীয়ূষ গোৱেল [ 405KB ] |
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী; উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী আৰু বস্ত্ৰ মন্ত্ৰী |
| 10 | শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান [ 5045KB ] |
শিক্ষামন্ত্ৰী আৰু দক্ষতা বিকাশ আৰু উদ্যোগশীলতা মন্ত্ৰী |
| 11 | শ্ৰী প্ৰহ্লাদ যোশী [ 2805KB ] |
সংসদীয় পৰিক্ৰমা মন্ত্ৰী; কয়লা মন্ত্ৰী আৰু খনি মন্ত্ৰী |
| 12 | শ্ৰী নাৰায়ণ টাটু ৰানে [ 2805KB ] |
ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী |
| 13 | শ্ৰী সৰ্বানন্দ সোণোৱাল [ 2814KB ] |
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী আৰু আয়ুষ মন্ত্ৰী |
| 14 | শ্ৰী মুখতাৰ আব্বাছ নাকভি [ 1101KB ] |
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী |
| 15 | ডঃ বীৰেন্দ্ৰ কুমাৰ [ 1210KB ] |
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী |
| 16 | শ্ৰী গিৰিৰাজ সিং [ 814KB ] |
গ্ৰামোন্নয়ন মন্ত্ৰী আৰু পঞ্চায়তী ৰাজ মন্ত্ৰী |
| 17 | শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়া [ 1679KB ] |
অসামৰিক বিমান পৰিবহণ মন্ত্ৰী আৰু |
| 18 | শ্ৰী ৰামচন্দ্ৰ প্ৰসাদ সিং [ 533KB ] |
তীখা মন্ত্ৰী |
| 19 | শ্ৰী অশ্বিনী বৈষ্ণৱ [ 1259KB ] |
ৰেল মন্ত্ৰী; যোগাযোগ মন্ত্ৰী আৰু ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী |
| 20 | শ্ৰী পশু পতি কুমাৰ পৰশ [ 1524KB ] |
খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী |
| 21 | শ্ৰী গজেন্দ্ৰ সিং শেখাৱত [ 1426KB ] |
জল শক্তি মন্ত্ৰী |
| 22 | শ্ৰী কিৰেণ ৰিজিজু [ 1399KB ] |
আইন আৰু ন্যায় মন্ত্ৰী |
| 23 | শ্ৰী ৰাজ কুমাৰ সিং [ 770KB ] |
শক্তি মন্ত্ৰী আৰু নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰী |
| 24 | শ্ৰী হৰদীপ সিং পুৰী [ 1392KB ] |
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী আৰু; গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী |
| 25 | শ্ৰী মনসুখ মাণ্ডবিয়া [ 2000KB ] |
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী আৰু; ৰসায়ন আৰু সাৰ মন্ত্ৰী |
| 26 | শ্ৰী ভূপেন্দ্ৰ যাদৱ [ 796KB ] |
পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী আৰু; শ্ৰম আৰু নিয়োগ মন্ত্ৰী |
| 27 | ডঃ মহেন্দ্ৰ নাথ পাণ্ডে [ 1408KB ] |
গুৰু উদ্যোগ মন্ত্ৰী |
| 28 | শ্ৰী পুৰুষোত্তম ৰূপালা [ 4408KB ] |
মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী |
| 29 | শ্ৰী জি. কিষাণ ৰেড্ডী [ 1947KB ] |
সাংস্কৃতিক মন্ত্ৰী; পৰ্যটন মন্ত্ৰী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী |
| 30 | শ্ৰী অনুৰাগ সিং ঠাকুৰ [ 3615KB ] |
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আৰু; যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী |
ৰাজ্যিক মন্ত্ৰীসকল (স্বতন্ত্ৰ দায়িত্ব) |
||
| 1 | ৰাও ইন্দৰজিৎ সিং [ 2051KB ] |
পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); পৰিকল্পনা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আৰু; কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| 2 | ডাঃ জিতেন্দ্ৰ সিং [ 1281KB ] |
বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী; কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; পাৰমাণৱিক শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰু; মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী |
ৰাজ্যিক মন্ত্ৰীসকল |
||
| 1 | শ্ৰী শ্ৰীপদ য়েছ’ নাইক [ 2716KB ] |
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; পৰ্যটন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| 2 | শ্ৰী ফগনসিং কুলাস্তে [ 3577KB ] |
তীখা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; and গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| 3 | শ্ৰী প্ৰহ্লাদ সিং পেটেল [ 2726KB ] |
জল শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| 4 | শ্ৰী অশ্বিনী কুমাৰ চৌবে [ 2063KB ] |
উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ,মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ,ৰাজ্যিক মন্ত্ৰী |
| 5 | শ্ৰী অৰ্জুন ৰাম মেঘৱাল [ 1081KB ] |
সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; and সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| 6 | জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভি. কে. সিং [ 880KB ] |
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| 7 | শ্ৰী কৃষণ পাল [ 2492KB ] |
শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; গুৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| 8 | শ্ৰী দানভে ৰাওচাহেব দাদাৰাউ [ 3400KB ] |
ৰেল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; কয়লা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; খনি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| 9 | শ্ৰী ৰামদাস আথৱালে [ 2422KB ] |
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| 10 | সাধ্বী নিৰঞ্জন জ্যোতি [ 1144KB ] |
উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ,মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ; ৰাজ্যিক মন্ত্ৰী |
| 11 | ডঃ সঞ্জীৱ কুমাৰ বলয়ান [ 1266KB ] |
মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 12 | শ্ৰী নিত্যানন্দ ৰায় [ 2051KB ] |
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 13 | শ্ৰী পংকজ চৌধাৰী [ 2472KB ] |
বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 14 | শ্ৰীমতী অনুপ্ৰিয়া সিং পেটেল | বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 15 | প্ৰফেচৰ এছ. পি. সিং বাঘেল [ 3392KB ] |
আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 16 | শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰ [ 1511KB ] |
দক্ষতা বিকাশ আৰু উদ্যোগশীলতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 17 | সুশ্ৰী শোভা কাৰণ্ডলাজে [ 349KB ] |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 18 | শ্ৰী ভানু প্ৰতাপ সিং বাৰ্মা [ 1719KB ] |
ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 19 | শ্ৰীমতী দৰ্শনা বিক্ৰম জৰদোশ [ 1594KB ] |
বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; ৰেল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 20 | শ্ৰী ভি. মুৰুলীধৰন [ 1020KB ] |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 21 | শ্ৰীমতী মিনাক্ষী লেখী [ 677KB ] |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 22 | শ্ৰী সোম প্ৰকাশ [ 667KB ] |
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 23 | শ্ৰীমতী ৰেণুকা সিং সৰুতা [ 967KB ] |
জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 24 | শ্ৰী ৰামেশ্বৰ তেলী [ 1101KB ] |
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 25 | শ্ৰী কৈলাশ চৌধাৰী [ 1183KB ] |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 26 | শ্ৰীমতী অন্নপূৰ্ণা দেৱী [ 3511KB ] |
শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 27 | শ্ৰী এ. নাৰায়ণস্বামী [ 2620KB ] |
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 28 | শ্ৰী কৌশল কিশোৰ [ 2389KB ] |
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 29 | শ্ৰী অজয় ভাট [ 1665KB ] |
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; পৰ্যটন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 30 | শ্ৰী বি. এল. বাৰ্মা [ 2051KB ] |
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; সহযোগিতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 31 | শ্ৰী অজয় কুমাৰ [ 489KB ] |
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 32 | শ্ৰী দেবুসিং চৌহান | যোগাযোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 33 | শ্ৰী ভগৱন্ত খুবা/td> | নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 34 | শ্ৰী কপিল মোৰেশ্বৰ পাটিল | পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 35 | সুশ্ৰী প্ৰতিমা ভৌমিক | সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 36 | ডঃ সুভাষ সৰকাৰ | শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 37 | ডঃ ভগৱত কিষাণৰাও কাৰাড | বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 38 | ডঃ ৰাজকুমাৰ ৰঞ্জন সিং | বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 39 | ডঃ ভাৰতী প্ৰবীণ পাৱাৰ | স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 40 | শ্ৰী বিশ্বেশ্বৰ টুডু | জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; জল শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 41 | শ্ৰী শান্তনু ঠাকুৰ | বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 42 | ডঃ মুঞ্জাপাৰা মহেন্দ্ৰভাই | মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; আয়ুষ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 43 | শ্ৰী জন বাৰলা | সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 44 | ডঃ এল. মুৰুগান | মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
| 45 | শ্ৰী নিশিথ প্ৰমাণিক | গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
প্ৰধানমন্ত্ৰী |
|---|---|---|
(পৃষ্ঠাটো শেষবাৰৰ বাবে 18.10.2021 তাৰিখে আপডেট কৰা হৈছে)