মূল মেনুলৈ যাওক
A
-
A
A
+
A
A
Search
Search
ভাষা
Choose a language
English
Hindi
Urdu
Tamil
Marathi
Bengali
Malayalam
Gujarati
Telugu
Kannada
Odia
Punjabi
Assamese
Manipuri
মেনু
হ’ম
বাতৰি
বাতৰি সংযোজন
মিডিয়াত প্ৰকাশিত
মন কী বাত
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ বাৰ্তা
স্বচ্ছতাৰ অন্বেষণ
তথ্য জনাৰ অধিকাৰ
বিষয়াৰ তালিকা (পিএমঅ)
প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ
প্ৰধানমন্ত্ৰীৰ পুঁজি
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি
PM CARES Fund
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ
অন্তৰ্দেশীয় ভ্ৰমণ
আপোনাৰ প্ৰধানমন্ত্ৰীক জানক
প্ৰধানমন্ত্ৰীৰ বিষয়ে জানক
প্ৰাক্তন প্ৰধানমন্ত্ৰীসকল
চৰকাৰৰ কাৰ্যাৱলীৰ খাতিয়ান
১ বছৰ
২ বছৰ
৩ বছৰ
৪ বছৰ
মিডিয়া গ্ৰন্থাগাৰ
ফটো গেলেৰী
পোনপটীয়া সম্প্ৰচাৰ/ ভিডিঅ’ চাওক
প্ৰধানমন্ত্ৰীৰ ভাষণ
প্ৰধানমন্ত্ৰীৰ ভাষণ (ভিডিঅ’)
তথ্যসূচক আৰু উক্তি
বিখ্যাত ব্যক্তি
পুৰালেখ
ছ’চিয়েল মিডিয়াৰ আপডে’ট
প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰক
প্ৰতিবেদন
ই-গ্ৰন্থ
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বিভাগীয় তথ্য
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মোবাইল এপ ডাউনলোড কৰক
সূচী বন্ধ কৰক
HOME
পি এম ইণ্ডিয়া
উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী (১৬ ফেব্ৰুৱাৰী, ২০২০)
উত্তৰপ্ৰদেশৰ বাৰাণসীত শ্ৰী জগতগুৰু বিশ্বআৰাধ্য গুৰুকুলৰ শতৱৰ্ষ উদযাপন অনুষ্ঠানত ‘শ্ৰী সিদ্ধান্ত শিখামনি গ্ৰন্থ’ শীৰ্ষক গ্ৰন্থৰ ১৯টা ভাষালৈ অনুদিত সংস্কৰণ উন্মোচন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷ এই ঊপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত শ্ৰী জগতগুৰু বিশ্বআৰাধ্য গুৰুকুলৰ শতৱৰ্ষ উদযাপন অনুষ্ঠানত ‘শ্ৰী সিদ্ধান্ত শিখামনি গ্ৰন্থ’ শীৰ্ষক গ্ৰন্থৰ ম’বাইল এপ মুকলি কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷ এই ঊপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত শ্ৰী জগতগুৰু বিশ্বআৰাধ্য গুৰুকুলৰ শতৱৰ্ষ উদযাপন অনুষ্ঠানত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷ এই ঊপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত এক অনুষ্ঠানত দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন আৰু স্মৃতিকেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷ এই ঊপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত এক অনুষ্ঠানত দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন আৰু স্মৃতিকেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷ এই ঊপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল, কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডে, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰে’ল ৰাজ্য মন্ত্ৰী শ্ৰী সুৰেশ আংগাড়ীকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত এক অনুষ্ঠানত তিনি জ্যোতিৰ্লিংগ তীৰ্থস্থান-বাৰাণসী, উজ্জয়নী আৰু ওমকাৰেশ্বৰ সংযোগী মহাকাল এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷ এই ঊপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল, কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডে, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰে’ল ৰাজ্য মন্ত্ৰী শ্ৰী সুৰেশ আংগাড়ীকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত এক অনুষ্ঠানত একাধিক উন্নয়নমুলক প্ৰকল্পৰ শুভাৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷ এই ঊপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল, কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডে, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰে’ল ৰাজ্য মন্ত্ৰী শ্ৰী সুৰেশ আংগাড়ীকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত এক অনুষ্ঠানত একাধিক উন্নয়নমুলক প্ৰকল্পৰ শুভাৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷ এই ঊপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল, কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডে, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰে’ল ৰাজ্য মন্ত্ৰী শ্ৰী সুৰেশ আংগাড়ীকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত এক অনুষ্ঠানত একাধিক উন্নয়নমুলক প্ৰকল্পৰ শুভাৰম্ভণি উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত ‘কাশী এক ৰূপ অনেক’ শীৰ্ষক শিপিনী আৰু হস্তশিল্পীসকলে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷ এই উপলক্ষে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত ‘কাশী এক ৰূপ অনেক’ শীৰ্ষক শিপিনী আৰু হস্তশিল্পীসকলে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত ‘কাশী এক ৰূপ অনেক’ শীৰ্ষক শিপিনী আৰু হস্তশিল্পীসকলে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷ এই উপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেল পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত ‘কাশী এক ৰূপ অনেক’ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷ এই উপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেল পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত ‘কাশী এক ৰূপ অনেক’ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷ এই উপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেল পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত ‘কাশী এক ৰূপ অনেক’ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷ এই উপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেল পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত ‘কাশী এক ৰূপ অনেক’ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷ এই উপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেল পেটেলকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত উপস্থিত হোৱাৰ সময়ত বিশিষ্ট ব্যক্তিসকলে আদৰণি জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত শ্ৰী জগতগুৰু বিশ্বআৰাধ্য গুৰুকুলৰ শতৱৰ্ষ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷ এই ঊপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত ‘কাশী এক ৰূপ অনেক’ শীৰ্ষক অনুষ্ঠানত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৬ ফেব্ৰুৱাৰী, ২০২০ত৷