মূল মেনুলৈ যাওক
A
-
A
A
+
A
A
Search
Search
ভাষা
Choose a language
English
Hindi
Urdu
Tamil
Marathi
Bengali
Malayalam
Gujarati
Telugu
Kannada
Odia
Punjabi
Assamese
Manipuri
মেনু
হ’ম
বাতৰি
বাতৰি সংযোজন
মিডিয়াত প্ৰকাশিত
মন কী বাত
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ বাৰ্তা
স্বচ্ছতাৰ অন্বেষণ
তথ্য জনাৰ অধিকাৰ
বিষয়াৰ তালিকা (পিএমঅ)
প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ
প্ৰধানমন্ত্ৰীৰ পুঁজি
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি
PM CARES Fund
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ
অন্তৰ্দেশীয় ভ্ৰমণ
আপোনাৰ প্ৰধানমন্ত্ৰীক জানক
প্ৰধানমন্ত্ৰীৰ বিষয়ে জানক
প্ৰাক্তন প্ৰধানমন্ত্ৰীসকল
চৰকাৰৰ কাৰ্যাৱলীৰ খাতিয়ান
১ বছৰ
২ বছৰ
৩ বছৰ
৪ বছৰ
মিডিয়া গ্ৰন্থাগাৰ
ফটো গেলেৰী
পোনপটীয়া সম্প্ৰচাৰ/ ভিডিঅ’ চাওক
প্ৰধানমন্ত্ৰীৰ ভাষণ
প্ৰধানমন্ত্ৰীৰ ভাষণ (ভিডিঅ’)
তথ্যসূচক আৰু উক্তি
বিখ্যাত ব্যক্তি
পুৰালেখ
ছ’চিয়েল মিডিয়াৰ আপডে’ট
প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰক
প্ৰতিবেদন
ই-গ্ৰন্থ
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বিভাগীয় তথ্য
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মোবাইল এপ ডাউনলোড কৰক
সূচী বন্ধ কৰক
HOME
পি এম ইণ্ডিয়া
উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰধানমন্ত্ৰী (১৯ ফেব্ৰুৱাৰী ২০১৯)
উত্তৰপ্ৰদেশৰ বাৰাণসীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ১৯ ফেব্ৰুৱাৰী, ২০১৯ত৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাইছে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে, ১৯ ফেব্ৰুৱাৰী, ২০১৯ত৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত এক অনুষ্ঠানত একাংশ দিব্যাংগৰ সৈতে বাৰ্তালাপ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৯ ফেব্ৰুৱাৰী, ২০১৯ত৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত এক অনুষ্ঠানত একাংশ দিব্যাংগৰ সৈতে বাৰ্তালাপ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৯ ফেব্ৰুৱাৰী, ২০১৯ত৷
The Prime Minister, Shri Narendra Modi interacting with the Divyangans at an event, at Varanasi, Uttar Pradesh on February 19, 2019.
The Prime Minister, Shri Narendra Modi interacting with the Divyangans at an event, at Varanasi, Uttar Pradesh on February 19, 2019.
The Prime Minister, Shri Narendra Modi flagging off the world's first Diesel to Electric Converted Locomotive at Diesel Locomotive Works, at Varanasi, Uttar Pradesh on February 19, 2019.
The Prime Minister, Shri Narendra Modi at the flag off ceremony of the world's first Diesel to Electric Converted Locomotive at Diesel Locomotive Works, at Varanasi, Uttar Pradesh on February 19, 2019.
The Prime Minister, Shri Narendra Modi paying tributes to Guru Ravidas on his Birth Anniversary, at Varanasi, Uttar Pradesh on February 19, 2019.
The Prime Minister, Shri Narendra Modi paying tributes to Guru Ravidas on his Birth Anniversary, at Varanasi, Uttar Pradesh on February 19, 2019.
The Prime Minister, Shri Narendra Modi inspecting the world’s first Diesel to Electric Converted Locomotive at Diesel Locomotive Works, at Varanasi, Uttar Pradesh on February 19, 2019.
The Prime Minister, Shri Narendra Modi paying tributes to Pandit Madan Mohan Malaviya, in Varanasi, Uttar Pradesh on February 19, 2019.
উত্তৰপ্ৰদেশৰ বাৰাণসীত লেহাৰটাৰা বিএইচইউ আৰু হোমী ভাৱা কৰ্কট চিকিৎসালয়ৰ পণ্ডিত মদন মোহন মালব্য কেন্দ্ৰ উদ্বোধ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৯ ফেব্ৰুৱাৰী, ২০১৯ত৷ এই উপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত আয়ুষ্মান ভাৰতৰ হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৯ ফেব্ৰুৱাৰী, ২০১৯ত৷

উত্তৰপ্ৰদেশৰ বাৰাণসীত একাংশ দিব্যাংগৰ সৈতে বাৰ্তালাপ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৯ ফেব্ৰুৱাৰী, ২০১৯ত৷

উত্তৰপ্ৰদেশৰ বাৰাণসীত একাধিক প্ৰকল্প মুকলি কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৯ ফেব্ৰুৱাৰী, ২০১৯ত৷ এই উপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, যোগাযোগ (স্বতন্ত্ৰ দায়িত্ব) আৰু ৰে’ল বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মনোজ সিনহা, উত্তৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত একাধিক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ১৯ ফেব্ৰুৱাৰী, ২০১৯ত৷ এই উপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, যোগাযোগ (স্বতন্ত্ৰ দায়িত্ব) আৰু ৰে’ল বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মনোজ সিনহাকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত একাধিক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত একাংশ হিতাধিকাৰীক বিভিন্ন আঁচনিৰ প্ৰশংসা-পত্ৰ বিতৰণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৯ ফেব্ৰুৱাৰী, ২০১৯ত৷ এই উপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত একাধিক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত সমবেত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৯ ফেব্ৰুৱাৰী, ২০১৯ত৷