মূল মেনুলৈ যাওক
A
-
A
A
+
A
A
Search
Search
ভাষা
Choose a language
English
Hindi
Urdu
Tamil
Marathi
Bengali
Malayalam
Gujarati
Telugu
Kannada
Odia
Punjabi
Assamese
Manipuri
মেনু
হ’ম
বাতৰি
বাতৰি সংযোজন
মিডিয়াত প্ৰকাশিত
মন কী বাত
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ বাৰ্তা
স্বচ্ছতাৰ অন্বেষণ
তথ্য জনাৰ অধিকাৰ
বিষয়াৰ তালিকা (পিএমঅ)
প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ
প্ৰধানমন্ত্ৰীৰ পুঁজি
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি
PM CARES Fund
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ
অন্তৰ্দেশীয় ভ্ৰমণ
আপোনাৰ প্ৰধানমন্ত্ৰীক জানক
প্ৰধানমন্ত্ৰীৰ বিষয়ে জানক
প্ৰাক্তন প্ৰধানমন্ত্ৰীসকল
চৰকাৰৰ কাৰ্যাৱলীৰ খাতিয়ান
১ বছৰ
২ বছৰ
৩ বছৰ
৪ বছৰ
মিডিয়া গ্ৰন্থাগাৰ
ফটো গেলেৰী
পোনপটীয়া সম্প্ৰচাৰ/ ভিডিঅ’ চাওক
প্ৰধানমন্ত্ৰীৰ ভাষণ
প্ৰধানমন্ত্ৰীৰ ভাষণ (ভিডিঅ’)
তথ্যসূচক আৰু উক্তি
বিখ্যাত ব্যক্তি
পুৰালেখ
ছ’চিয়েল মিডিয়াৰ আপডে’ট
প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰক
প্ৰতিবেদন
ই-গ্ৰন্থ
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বিভাগীয় তথ্য
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মোবাইল এপ ডাউনলোড কৰক
সূচী বন্ধ কৰক
HOME
পি এম ইণ্ডিয়া
কৰ্ণাটকত প্ৰধানমন্ত্ৰী (২ জানুৱাৰী ২০২০)
বাংগালুৰুত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ০২ জানুৱাৰী, ২০২০ত৷
বাংগালুৰুত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাইছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বি.এছ য়েডিউৰাপ্পাই, ০২ জানুৱাৰী, ২০২০ত৷
কৰ্ণাটকৰ টুমকুৰুস্থিত সিদ্ধাগংগা মঠত মহামান্য ড০ শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰা স্বামীগালুৰ প্ৰতি সন্মান জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ০২ জানুৱাৰী, ২০২০ত৷
কৰ্ণাটকৰ টুমকুৰুস্থিত সিদ্ধাগংগা মঠত মহামান্য ড০ শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰা স্বামীগালুৰ প্ৰতি সন্মান জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ০২ জানুৱাৰী, ২০২০ত৷ এই উপলক্ষে কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি.ভি. সদানন্দ গৌড়া আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বি.এছ. য়েডিউৰাপ্পাকো দেখা গৈছে৷

কৰ্ণাটকৰ টুমকুৰুস্থিত সিদ্ধাগংগা মঠত মহামান্য ড০ শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰা স্বামীগালুৰ প্ৰতি সন্মান জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ০২ জানুৱাৰী, ২০২০ত৷ এই উপলক্ষে কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি.ভি. সদানন্দ গৌড়া, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা, কয়লা আৰু খনি মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশী আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বি.এছ. য়েডিউৰাপ্পাকো দেখা গৈছে৷
কৰ্ণাটকৰ টুমকুৰুস্থিত সিদ্ধাগংগা মঠত মহামান্য ড০ শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰা স্বামীগালুৰ সোৱৰণী সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ০২ জানুৱাৰী, ২০২০ত৷ এই উপলক্ষে কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি.ভি. সদানন্দ গৌড়া, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা, কয়লা আৰু খনি মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশী আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বি.এছ. য়েডিউৰাপ্পাকো দেখা গৈছে৷
কৰ্ণাটকৰ টুমকুৰুস্থিত সিদ্ধাগংগা মঠত মহামান্য ড০ শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰা স্বামীগালুৰ সোৱৰণী সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ০২ জানুৱাৰী, ২০২০ত৷
কৰ্ণাটকৰ টুমকুৰুৰ এক অনুষ্ঠানত পিএম কিষাণ (প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি)ৰ তৃতীয় কিস্তিৰ ধন বিতৰণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ০২ জানুৱাৰী, ২০২০ত৷
কৰ্ণাটকৰ টুমকুৰুৰ এক অনুষ্ঠানত পিএম কিষাণ (প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি)ৰ তৃতীয় কিস্তিৰ ধন বিতৰণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ০২ জানুৱাৰী, ২০২০ত৷
কৰ্ণাটকৰ টুমকুৰুৰ এক অনুষ্ঠানত কৃষি কৰ্ম বঁটা প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ০২ জানুৱাৰী, ২০২০ত৷
বাংগালুৰুৰ এক অনুষ্ঠানত ৫ ডিআৰডিঅ তৰুণ বিজ্ঞানী গৱেষণাগাৰ দেশবাসীৰ নামত উচৰ্গা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ০২ জানুৱাৰী, ২০২০ত৷ এই উপলক্ষে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বি.এছয় য়েডিউৰাপ্পা আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগৰ সচিব তথা ডিআৰডিঅ’ৰ অধ্যক্ষ ড০ জি. সতীশ ৰেড্ডিকো দেখা গৈছে৷

বাংগালুৰুৰ ৫ ডিআৰডিঅ তৰুণ বিজ্ঞানী গৱেষণাগাৰ দেশবাসীৰ নামত উচৰ্গা অনুষ্ঠানত উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ০২ জানুৱাৰী, ২০২০ত৷