মূল মেনুলৈ যাওক
A
-
A
A
+
A
A
Search
Search
ভাষা
Choose a language
English
Hindi
Urdu
Tamil
Marathi
Bengali
Malayalam
Gujarati
Telugu
Kannada
Odia
Punjabi
Assamese
Manipuri
মেনু
হ’ম
বাতৰি
বাতৰি সংযোজন
মিডিয়াত প্ৰকাশিত
মন কী বাত
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ বাৰ্তা
স্বচ্ছতাৰ অন্বেষণ
তথ্য জনাৰ অধিকাৰ
বিষয়াৰ তালিকা (পিএমঅ)
প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ
প্ৰধানমন্ত্ৰীৰ পুঁজি
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি
PM CARES Fund
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ
অন্তৰ্দেশীয় ভ্ৰমণ
আপোনাৰ প্ৰধানমন্ত্ৰীক জানক
প্ৰধানমন্ত্ৰীৰ বিষয়ে জানক
প্ৰাক্তন প্ৰধানমন্ত্ৰীসকল
চৰকাৰৰ কাৰ্যাৱলীৰ খাতিয়ান
১ বছৰ
২ বছৰ
৩ বছৰ
৪ বছৰ
মিডিয়া গ্ৰন্থাগাৰ
ফটো গেলেৰী
পোনপটীয়া সম্প্ৰচাৰ/ ভিডিঅ’ চাওক
প্ৰধানমন্ত্ৰীৰ ভাষণ
প্ৰধানমন্ত্ৰীৰ ভাষণ (ভিডিঅ’)
তথ্যসূচক আৰু উক্তি
বিখ্যাত ব্যক্তি
পুৰালেখ
ছ’চিয়েল মিডিয়াৰ আপডে’ট
প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰক
প্ৰতিবেদন
ই-গ্ৰন্থ
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বিভাগীয় তথ্য
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মোবাইল এপ ডাউনলোড কৰক
সূচী বন্ধ কৰক
HOME
পি এম ইণ্ডিয়া
তামিলনাডুত প্ৰধানমন্ত্ৰী (১২এপ্ৰিল, ২০১৮)
তামিলনাডুৰ চেন্নাইত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আদৰণী জনাইছে তামিলনাডুৰ ৰাজ্যপাল শ্ৰী বানোৱাৰীলাল পুৰোহিত আৰু মুখ্যমন্ত্ৰী শ্ৰী এড়াপ্পডী কে. পালানিস্বামীয়ে ১২ এপ্ৰিল, ২০১৮ত।
তামিলনাডুৰ চেন্নাইত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আদৰণী জনাইছে তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী অ’ পনীৰছেলভামে, ১২ এপ্ৰিল, ২০১৮ত।
তামিলনাডুৰ মহাৱলীপুৰমত ডিফএক্সপো ইণ্ডিয়া-২০১৮ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ১২ এপ্ৰিল, ২০১৮ত।
তামিলনাডুৰ মহাৱলীপুৰমত ডিফএক্সপো ইণ্ডিয়া-২০১৮ৰ উদ্বোধনী অনুষ্ঠানত আইডেক্স(এনোভেচন ফৰ ডিফেন্স এক্সিলেন্স)আঁচনিৰ শুভাৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১২ এপ্ৰিল, ২০১৮ত। এই উপলক্ষে তামিলনাডুৰ ৰাজ্যপাল শ্ৰী বানোৱাৰীলাল পুৰোহিতকো দেখা গৈছে।
তামিলনাডুৰ মহাৱলীপুৰমত ডিফএক্সপো ইণ্ডিয়া-২০১৮ৰ উদ্বোধনী অনুষ্ঠানত তামিনলাডুৰ ৰাজ্যপাল শ্ৰী বানোৱাৰীলাল পুৰোহিত, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এড়াপ্পডী কে. পালানিস্বামী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ১২ এপ্ৰিল, ২০১৮ত।
তামিলনাডুৰ মহাৱলীপুৰমত ডিফএক্সপো ইণ্ডিয়া-২০১৮ৰ উদ্বোধনী অনুষ্ঠানত তামিনলাডুৰ ৰাজ্যপাল শ্ৰী বানোৱাৰীলাল পুৰোহিত, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এড়াপ্পডী কে. পালানিস্বামীৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ১২ এপ্ৰিল, ২০১৮ত।
তামিলনাডুৰ মহাৱলীপুৰমত ডিফএক্সপো ইণ্ডিয়া-২০১৮ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১২ এপ্ৰিল, ২০১৮ত।
তামিলনাডুৰ মহাৱলীপুৰমত ডিফএক্সপো ইণ্ডিয়া-২০১৮ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১২ এপ্ৰিল, ২০১৮ত।
তামিলনাডুৰ মহাৱলীপুৰমত ডিফএক্সপো ইণ্ডিয়া-২০১৮ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১২ এপ্ৰিল, ২০১৮ত।
তামিলনাডুৰ মহাৱলীপুৰমত ডিফএক্সপো ইণ্ডিয়া-২০১৮ৰ উদ্বোধনী অনুষ্ঠানত সেনাৰ তিনি বাহিনীৰ সঁজুলিৰ প্ৰদৰ্শনী প্ৰত্যক্ষ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১২ এপ্ৰিল, ২০১৮ত।
তামিলনাডুৰ মহাৱলীপুৰমত ডিফএক্সপো ইণ্ডিয়া-২০১৮ৰ উদ্বোধনী অনুষ্ঠানত সেনাৰ তিনি বাহিনীৰ সঁজুলিৰ প্ৰদৰ্শনী প্ৰত্যক্ষ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১২ এপ্ৰিল, ২০১৮ত।
তামিলনাডুৰ মহাৱলীপুৰমত ডিফএক্সপো ইণ্ডিয়া-২০১৮ৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১২ এপ্ৰিল, ২০১৮ত।
তামিলনাডুৰ চেন্নাইৰ আদিয়াৰস্থিত কেন্সাৰ প্ৰতিষ্ঠানত ৰোগীৰ চিকিৎসা সুবিধা(WIA)ৰ মুকলি কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১২ এপ্ৰিল, ২০১৮ত। এই উপলক্ষে তামিলনাডুৰ ৰাজ্যপাল শ্ৰী বানোৱাৰীলাল পুৰোহিত, মুখ্যমন্ত্ৰী শ্ৰী এড়াপ্পডী কে. পালানিস্বামী আৰু বিত্ত আৰু শ্বিপিং বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পি. ৰাধাকৃষ্ণণকো দেখা গৈছে।
তামিলনাডুৰ চেন্নাইৰ আদিয়াৰস্থিত কেন্সাৰ প্ৰতিষ্ঠানত ৰোগীৰ চিকিৎসা সুবিধা(WIA)ৰ শুভাৰম্ভ কৰাৰ উদ্দেশ্যে নামফলক মুকলি কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১২ এপ্ৰিল, ২০১৮ত। এই উপলক্ষে তামিলনাডুৰ ৰাজ্যপাল শ্ৰী বানোৱাৰীলাল পুৰোহিতকো দেখা গৈছে।
তামিলনাডুৰ চেন্নাইৰ আদিয়াৰস্থিত কেন্সাৰ প্ৰতিষ্ঠানত ৰোগীৰ চিকিৎসা সুবিধা(WIA)ৰ মুকলি কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১২ এপ্ৰিল, ২০১৮ত। এই উপলক্ষে তামিলনাডুৰ ৰাজ্যপাল শ্ৰী বানোৱাৰীলাল পুৰোহিত, মুখ্যমন্ত্ৰী শ্ৰী এড়াপ্পডী কে. পালানিস্বামী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে।
তামিলনাডুৰ চেন্নাইৰ আদিয়াৰস্থিত কেন্সাৰ প্ৰতিষ্ঠানত ৰোগীৰ চিকিৎসা সুবিধা(WIA)ৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১২ এপ্ৰিল, ২০১৮ত।
চেন্নাইৰ পৰা প্ৰস্থান কৰাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক বিদায় জনাইছে তামিলনাডুৰ ৰাজ্যপাল শ্ৰী বানোৱাৰীলাল পুৰোহিতে, ১২ এপ্ৰিল, ২০১৮ত।
চেন্নাইৰ পৰা প্ৰস্থান কৰাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক বিদায় জনাইছে তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এড়াপ্পডী কে. পালানিস্বামীয়ে, ১২ এপ্ৰিল, ২০১৮ত।