মূল মেনুলৈ যাওক
A
-
A
A
+
A
A
Search
Search
ভাষা
Choose a language
English
Hindi
Urdu
Tamil
Marathi
Bengali
Malayalam
Gujarati
Telugu
Kannada
Odia
Punjabi
Assamese
Manipuri
মেনু
হ’ম
বাতৰি
বাতৰি সংযোজন
মিডিয়াত প্ৰকাশিত
মন কী বাত
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ বাৰ্তা
স্বচ্ছতাৰ অন্বেষণ
তথ্য জনাৰ অধিকাৰ
বিষয়াৰ তালিকা (পিএমঅ)
প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ
প্ৰধানমন্ত্ৰীৰ পুঁজি
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি
PM CARES Fund
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ
অন্তৰ্দেশীয় ভ্ৰমণ
আপোনাৰ প্ৰধানমন্ত্ৰীক জানক
প্ৰধানমন্ত্ৰীৰ বিষয়ে জানক
প্ৰাক্তন প্ৰধানমন্ত্ৰীসকল
চৰকাৰৰ কাৰ্যাৱলীৰ খাতিয়ান
১ বছৰ
২ বছৰ
৩ বছৰ
৪ বছৰ
মিডিয়া গ্ৰন্থাগাৰ
ফটো গেলেৰী
পোনপটীয়া সম্প্ৰচাৰ/ ভিডিঅ’ চাওক
প্ৰধানমন্ত্ৰীৰ ভাষণ
প্ৰধানমন্ত্ৰীৰ ভাষণ (ভিডিঅ’)
তথ্যসূচক আৰু উক্তি
বিখ্যাত ব্যক্তি
পুৰালেখ
ছ’চিয়েল মিডিয়াৰ আপডে’ট
প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰক
প্ৰতিবেদন
ই-গ্ৰন্থ
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বিভাগীয় তথ্য
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মোবাইল এপ ডাউনলোড কৰক
সূচী বন্ধ কৰক
HOME
পি এম ইণ্ডিয়া
বাংলাদেশত প্ৰধানমন্ত্ৰী (২৬ মাৰ্চ, ২০২১)
The Prime Minister, Shri Narendra Modi arrives at Hazrat Shahjalal International Airport, in Dhaka, Bangladesh on March 26, 2021.
বাংলাদেশৰ ঢাকাস্থিত হজৰত শ্বাহজলাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাস্থিত হজৰত শ্বাহজলাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাইছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাই, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাস্থিত হজৰত শ্বাহজলাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সেনা অভিবাদন গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৬ মাৰ্চ, ২০২১ত৷ এই উপলক্ষে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাকো দেখা গৈছে৷
বাংলাদেশৰ ঢাকাস্থিত হজৰত শ্বাহজলাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সেনা অভিবাদন গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাৰ ছাভাৰস্থিত ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকত পুষ্পাঞ্জলি অৰ্পণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাৰ ছাভাৰস্থিত ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাৰ ছাভাৰস্থিত ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাৰ ছাভাৰস্থিত ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকত বাংলাদেশৰ শ্বহীদসকলৰ স্মৃতিত এটা গছপুলি ৰোপণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাৰ ছাভাৰস্থিত ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকত বাংলাদেশৰ শ্বহীদসকলৰ স্মৃতিত এটা গছপুলি ৰোপণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাৰ ছাভাৰস্থিত ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকৰ ভিজিটৰছ বুকত স্বাক্ষৰ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাত সংখ্যালঘু সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে মিলিত হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাত সংখ্যালঘু সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে মিলিত হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাত সংখ্যালঘু সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে এক গ্ৰুপ ফটোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাত মুক্তিযোদ্ধাসকলৰ সৈতে মিলিত হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাত মুক্তিযোদ্ধাসকলৰ সৈতে মিলিত হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাত মুক্তিযোদ্ধাসকলৰ সৈতে এক গ্ৰুপ ফটোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা যুৱ কৃতীমানৰ সৈতে মিলিত হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা যুৱ কৃতীমানৰ সৈতে গ্ৰুপ ফটোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাত চৰকাৰৰ মিত্ৰ দলসমূহৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাত বিৰোধী দলৰ নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী ড০ আব্দুল মমিনে, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী ড০ আব্দুল মমিনে, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাত ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাইছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাত ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৬ মাৰ্চ, ২০২১ত৷ এই উপলক্ষে বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদ, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে৷

বাংলাদেশৰ ঢাকাত ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৬ মাৰ্চ, ২০২১ত৷
বাংলাদেশৰ ঢাকাত ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৬ মাৰ্চ, ২০২১ত৷ এই উপলক্ষে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাকো দেখা গৈছে৷
বাংলাদেশৰ ঢাকাত ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৬ মাৰ্চ, ২০২১ত৷ এই উপলক্ষে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাকো দেখা গৈছে৷
বাংলাদেশৰ ঢাকাত ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৬ মাৰ্চ, ২০২১ত৷