মূল মেনুলৈ যাওক
A
-
A
A
+
A
A
Search
Search
ভাষা
Choose a language
English
Hindi
Urdu
Tamil
Marathi
Bengali
Malayalam
Gujarati
Telugu
Kannada
Odia
Punjabi
Assamese
Manipuri
মেনু
হ’ম
বাতৰি
বাতৰি সংযোজন
মিডিয়াত প্ৰকাশিত
মন কী বাত
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ বাৰ্তা
স্বচ্ছতাৰ অন্বেষণ
তথ্য জনাৰ অধিকাৰ
বিষয়াৰ তালিকা (পিএমঅ)
প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ
প্ৰধানমন্ত্ৰীৰ পুঁজি
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি
PM CARES Fund
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ
অন্তৰ্দেশীয় ভ্ৰমণ
আপোনাৰ প্ৰধানমন্ত্ৰীক জানক
প্ৰধানমন্ত্ৰীৰ বিষয়ে জানক
প্ৰাক্তন প্ৰধানমন্ত্ৰীসকল
চৰকাৰৰ কাৰ্যাৱলীৰ খাতিয়ান
১ বছৰ
২ বছৰ
৩ বছৰ
৪ বছৰ
মিডিয়া গ্ৰন্থাগাৰ
ফটো গেলেৰী
পোনপটীয়া সম্প্ৰচাৰ/ ভিডিঅ’ চাওক
প্ৰধানমন্ত্ৰীৰ ভাষণ
প্ৰধানমন্ত্ৰীৰ ভাষণ (ভিডিঅ’)
তথ্যসূচক আৰু উক্তি
বিখ্যাত ব্যক্তি
পুৰালেখ
ছ’চিয়েল মিডিয়াৰ আপডে’ট
প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰক
প্ৰতিবেদন
ই-গ্ৰন্থ
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বিভাগীয় তথ্য
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মোবাইল এপ ডাউনলোড কৰক
সূচী বন্ধ কৰক
HOME
পি এম ইণ্ডিয়া
বাৰাণসীত প্ৰধানমন্ত্ৰী (২২ জানুৱাৰী, ২০১৯)
উত্তৰপ্ৰদেশৰ বাৰাণসীত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাইছে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে, ২২ জানুৱাৰী, ২০১৯ত৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত পঞ্চদশ প্ৰৱাসী ভাৰতীয় দিৱস সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাচৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত প্ৰবীন্দ যুগনৌথ, ২২ জানুৱাৰী, ২০১৯ত৷ এই উপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী সুষমা স্বৰাজ, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল খট্টাৰকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত পঞ্চদশ প্ৰৱাসী ভাৰতীয় দিৱস সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাচৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত প্ৰবীন্দ যুগনৌথ, ২২ জানুৱাৰী, ২০১৯ত৷ এই উপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী সুষমা স্বৰাজ, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল খট্টাৰ, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱাট, বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভি. কে. সিঙৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত পঞ্চদশ প্ৰৱাসী ভাৰতীয় দিৱস সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২২ জানুৱাৰী, ২০১৯ত৷

উত্তৰপ্ৰদেশৰ বাৰাণসীত পঞ্চদশ প্ৰৱাসী ভাৰতীয় দিৱস সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত ভাৰতক জানক কুইজৰ বিজয়ীসকলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২২ জানুৱাৰী, ২০১৯ত৷ এই উপলক্ষে মৰিচাচৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত প্ৰবীন্দ যুগনৌথ, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী সুষমা স্বৰাজৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে৷
উত্তৰপ্ৰদেশৰ বাৰাণসীত মৰিচাচৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত প্ৰবীন্দ যুগনৌথৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২২ জানুৱাৰী, ২০১৯ত৷

উত্তৰপ্ৰদেশৰ বাৰাণসীত সংহত বস্ত্ৰশিল্প কাৰ্যালয়ৰ চৌহদ উদ্বোধন উপলক্ষে এক নামফলক উন্মোচন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২২ জানুৱাৰী, ২০১৯ত৷ এই উপলক্ষে উত্তৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নায়ক আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো দেখা গৈছে৷