মূল মেনুলৈ যাওক
A
-
A
A
+
A
A
Search
Search
ভাষা
Choose a language
English
Hindi
Urdu
Tamil
Marathi
Bengali
Malayalam
Gujarati
Telugu
Kannada
Odia
Punjabi
Assamese
Manipuri
মেনু
হ’ম
বাতৰি
বাতৰি সংযোজন
মিডিয়াত প্ৰকাশিত
মন কী বাত
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ বাৰ্তা
স্বচ্ছতাৰ অন্বেষণ
তথ্য জনাৰ অধিকাৰ
বিষয়াৰ তালিকা (পিএমঅ)
প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ
প্ৰধানমন্ত্ৰীৰ পুঁজি
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি
PM CARES Fund
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ
অন্তৰ্দেশীয় ভ্ৰমণ
আপোনাৰ প্ৰধানমন্ত্ৰীক জানক
প্ৰধানমন্ত্ৰীৰ বিষয়ে জানক
প্ৰাক্তন প্ৰধানমন্ত্ৰীসকল
চৰকাৰৰ কাৰ্যাৱলীৰ খাতিয়ান
১ বছৰ
২ বছৰ
৩ বছৰ
৪ বছৰ
মিডিয়া গ্ৰন্থাগাৰ
ফটো গেলেৰী
পোনপটীয়া সম্প্ৰচাৰ/ ভিডিঅ’ চাওক
প্ৰধানমন্ত্ৰীৰ ভাষণ
প্ৰধানমন্ত্ৰীৰ ভাষণ (ভিডিঅ’)
তথ্যসূচক আৰু উক্তি
বিখ্যাত ব্যক্তি
পুৰালেখ
ছ’চিয়েল মিডিয়াৰ আপডে’ট
প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰক
প্ৰতিবেদন
ই-গ্ৰন্থ
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বিভাগীয় তথ্য
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মোবাইল এপ ডাউনলোড কৰক
সূচী বন্ধ কৰক
HOME
পি এম ইণ্ডিয়া
মধ্যপ্ৰদেশত প্ৰধানমন্ত্ৰী (২৩ জুন, ২০১৮)
মধ্যপ্ৰদেশৰ ভূপালত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আদৰণী জনাইছে মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে, ২৩ জুন, ২০১৮ত।
মধ্যপ্ৰদেশত মোহনপুৰা প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰাৰ পূৰ্বে এখন প্ৰদৰ্শনীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৩ জুন, ২০১৮ত।
মধ্যপ্ৰদেশত মোহনপুৰা প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰাৰ পূৰ্বে এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৩ জুন, ২০১৮ত।
মধ্যপ্ৰদেশত মোহনপুৰা প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সম্বৰ্ধনা জনাইছে, ২৩ জুন, ২০১৮ত। এই উপলক্ষে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানকো দেখা গৈছে।
মধ্যপ্ৰদেশত মোহনপুৰা প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰাৰ পূৰ্বে এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৩ জুন, ২০১৮ত।
মধ্যপ্ৰদেশত মোহনপুৰা প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সম্বৰ্ধনা জনাইছে, ২৩ জুন, ২০১৮ত। এই উপলক্ষে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানকো দেখা গৈছে।
মধ্যপ্ৰদেশত মোহনপুৰা প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ২৩ জুন, ২০১৮ত। এই উপলক্ষে মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানকো দেখা গৈছে।
মধ্যপ্ৰদেশত মোহনপুৰা প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা অনুষ্ঠান উপলক্ষে আয়োজিত ৰাজহুৱা সভাত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৩ জুন, ২০১৮ত।
মধ্যপ্ৰদেশত মোহনপুৰা প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা অনুষ্ঠান উপলক্ষে আয়োজিত ৰাজহুৱা সভাত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৩ জুন, ২০১৮ত।
মধ্যপ্ৰদেশৰ ইন্দোৰত নগৰ উন্নয়ন প্ৰকল্পৰ উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৩ জুন, ২০১৮ত। এই উপলক্ষে লোকসভাৰ অধ্যক্ষা শ্ৰীমতী সুমিত্ৰা মহাজন, মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় হাউছিং আৰু নগৰ পৰিক্ৰমা(স্বতন্ত্ৰ দায়িত্ব) বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীকো দেখা গৈছে।
মধ্যপ্ৰদেশৰ ইন্দোৰত নগৰ উন্নয়ন প্ৰকল্পৰ উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৩ জুন, ২০১৮ত। এই উপলক্ষে লোকসভাৰ অধ্যক্ষা শ্ৰীমতী সুমিত্ৰা মহাজন, মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় হাউছিং আৰু নগৰ পৰিক্ৰমা(স্বতন্ত্ৰ দায়িত্ব) বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে।
মধ্যপ্ৰদেশৰ ইন্দোৰত নগৰ উন্নয়ন প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত স্বচ্ছ সৰ্বেক্ষণ বঁটা প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৩ জুন, ২০১৮ত। এই উপলক্ষে মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানকো দেখা গৈছে।
মধ্যপ্ৰদেশৰ ইন্দোৰত নগৰ উন্নয়ন প্ৰকল্পৰ উদ্বোধন উপলক্ষে আয়োজিত ৰাজহুৱা সভাত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ২৩ জুন, ২০১৮ত।
মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা প্ৰস্থান কৰাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক বিদায় জনাইছে লোকসভাৰ অধ্যক্ষা শ্ৰীমতী সুমিত্ৰা মহাজন, মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে, ২৩ জুন, ২০১৮ত।