মূল মেনুলৈ যাওক
A
-
A
A
+
A
A
Search
Search
ভাষা
Choose a language
English
Hindi
Urdu
Tamil
Marathi
Bengali
Malayalam
Gujarati
Telugu
Kannada
Odia
Punjabi
Assamese
Manipuri
মেনু
হ’ম
বাতৰি
বাতৰি সংযোজন
মিডিয়াত প্ৰকাশিত
মন কী বাত
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ বাৰ্তা
স্বচ্ছতাৰ অন্বেষণ
তথ্য জনাৰ অধিকাৰ
বিষয়াৰ তালিকা (পিএমঅ)
প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ
প্ৰধানমন্ত্ৰীৰ পুঁজি
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি
PM CARES Fund
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ
অন্তৰ্দেশীয় ভ্ৰমণ
আপোনাৰ প্ৰধানমন্ত্ৰীক জানক
প্ৰধানমন্ত্ৰীৰ বিষয়ে জানক
প্ৰাক্তন প্ৰধানমন্ত্ৰীসকল
চৰকাৰৰ কাৰ্যাৱলীৰ খাতিয়ান
১ বছৰ
২ বছৰ
৩ বছৰ
৪ বছৰ
মিডিয়া গ্ৰন্থাগাৰ
ফটো গেলেৰী
পোনপটীয়া সম্প্ৰচাৰ/ ভিডিঅ’ চাওক
প্ৰধানমন্ত্ৰীৰ ভাষণ
প্ৰধানমন্ত্ৰীৰ ভাষণ (ভিডিঅ’)
তথ্যসূচক আৰু উক্তি
বিখ্যাত ব্যক্তি
পুৰালেখ
ছ’চিয়েল মিডিয়াৰ আপডে’ট
প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰক
প্ৰতিবেদন
ই-গ্ৰন্থ
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বিভাগীয় তথ্য
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মোবাইল এপ ডাউনলোড কৰক
সূচী বন্ধ কৰক
HOME
পি এম ইণ্ডিয়া
মহাৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী (১৮ ফেব্ৰুৱাৰী, ২০১৮)
মুম্বাইত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ১৮ ফেব্ৰুৱাৰী, ২০১৮ত।
মুম্বাইত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আদৰণী জনাইছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নাবিছে, ১৮ ফেব্ৰুৱাৰী, ২০১৮ত।
মুম্বাইত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক বিশিষ্ট ব্যক্তিসকলে আদৰণী জনাইছে, ১৮ ফেব্ৰুৱাৰী, ২০১৮ত।
নেভী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ১৮ ফেব্ৰুৱাৰী, ২০১৮ত। এই উপলক্ষে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি. বিদ্যাসাগৰ ৰাও আৰু মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নাবিছকো দেখা গৈছে।
নেভী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ১৮ ফেব্ৰুৱাৰী, ২০১৮ত। এই উপলক্ষে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি. বিদ্যাসাগৰ ৰাও, কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ, জাহাজ পৰিবহন আৰু জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰী আৰু মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নাবিছকো দেখা গৈছে।
নেভী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ১৮ ফেব্ৰুৱাৰী, ২০১৮ত। এই উপলক্ষে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি. বিদ্যাসাগৰ ৰাও, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী শ্ৰী অশোক গজপতি ৰাজু পশুপতি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ, জাহাজ পৰিবহন আৰু জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰী আৰু মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নাবিছকো দেখা গৈছে।
নেভী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৮ ফেব্ৰুৱাৰী, ২০১৮ত।
The Prime Minister, Shri Narendra Modi addressing at the Ground Breaking Ceremony of Navi Mumbai International Airport, on February 18, 2018.
The Prime Minister, Shri Narendra Modi at the "Magnetic Maharashtra Convergence – 2018", in Mumbai, Maharashtra on February 18, 2018.
The Prime Minister, Shri Narendra Modi at the "Magnetic Maharashtra Convergence – 2018", in Mumbai, Maharashtra on February 18, 2018.
The Prime Minister, Shri Narendra Modi at the "Magnetic Maharashtra Convergence – 2018", in Mumbai, Maharashtra on February 18, 2018.
মহাৰাষ্ট্ৰৰ মুম্বাইত “মেগনেটিক মহাৰাষ্ট্ৰঃকনভাৰজেন্স ২০১৮” শীৰ্ষক বৈশ্বিক বিনিয়োগকাৰীৰ সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ১৮ ফেব্ৰুৱাৰী, ২০১৮ত। এই উপলক্ষে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি. বিদ্যাসাগৰ ৰাও, কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী সুৰেশ প্ৰভাকৰ প্ৰভূ, মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নাবিছৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে।
মহাৰাষ্ট্ৰৰ মুম্বাইত “মেগনেটিক মহাৰাষ্ট্ৰঃকনভাৰজেন্স ২০১৮” শীৰ্ষক বৈশ্বিক বিনিয়োগকাৰীৰ সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ১৮ ফেব্ৰুৱাৰী, ২০১৮ত। এই উপলক্ষে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি. বিদ্যাসাগৰ ৰাও, কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী সুৰেশ প্ৰভাকৰ প্ৰভূ, মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নাবিছকো দেখা গৈছে।
মহাৰাষ্ট্ৰৰ মুম্বাইত “মেগনেটিক মহাৰাষ্ট্ৰঃ কনভাৰজেন্স ২০১৮” শীৰ্ষক বৈশ্বিক বিনিয়োগকাৰীৰ সন্মিলনত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৮ ফেব্ৰুৱাৰী, ২০১৮ত।
মহাৰাষ্ট্ৰৰ মুম্বাইত “মেগনেটিক মহাৰাষ্ট্ৰঃ কনভাৰজেন্স ২০১৮” শীৰ্ষক বৈশ্বিক বিনিয়োগকাৰীৰ সন্মিলনত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৮ ফেব্ৰুৱাৰী, ২০১৮ত।
মহাৰাষ্ট্ৰৰ মুম্বাইত ৱাৰ্ধানী ইনষ্টিটিউট ফৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ১৮ ফেব্ৰুৱাৰী, ২০১৮ত। এই উপলক্ষে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি. বিদ্যাসাগৰ ৰাও, মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নাবিছৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে।
নেভী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আধাৰশিলা স্থাপন, মেগনেটিক মহাৰাষ্ট্ৰ আৰু ৱাৰ্ধানী ইনষ্টিটিউট ফৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ উদ্বোধনী অনুষ্ঠানত ভাগ লৈ মুম্বাইৰ পৰা ৰাওনা হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ১৮ ফেব্ৰুৱাৰী, ২০১৮ত। এই উপলক্ষে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি. বিদ্যাসাগৰ ৰাও, মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নাবিছকো দেখা গৈছে।