মূল মেনুলৈ যাওক
A
-
A
A
+
A
A
Search
Search
ভাষা
Choose a language
English
Hindi
Urdu
Tamil
Marathi
Bengali
Malayalam
Gujarati
Telugu
Kannada
Odia
Punjabi
Assamese
Manipuri
মেনু
হ’ম
বাতৰি
বাতৰি সংযোজন
মিডিয়াত প্ৰকাশিত
মন কী বাত
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ বাৰ্তা
স্বচ্ছতাৰ অন্বেষণ
তথ্য জনাৰ অধিকাৰ
বিষয়াৰ তালিকা (পিএমঅ)
প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ
প্ৰধানমন্ত্ৰীৰ পুঁজি
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি
PM CARES Fund
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ
অন্তৰ্দেশীয় ভ্ৰমণ
আপোনাৰ প্ৰধানমন্ত্ৰীক জানক
প্ৰধানমন্ত্ৰীৰ বিষয়ে জানক
প্ৰাক্তন প্ৰধানমন্ত্ৰীসকল
চৰকাৰৰ কাৰ্যাৱলীৰ খাতিয়ান
১ বছৰ
২ বছৰ
৩ বছৰ
৪ বছৰ
মিডিয়া গ্ৰন্থাগাৰ
ফটো গেলেৰী
পোনপটীয়া সম্প্ৰচাৰ/ ভিডিঅ’ চাওক
প্ৰধানমন্ত্ৰীৰ ভাষণ
প্ৰধানমন্ত্ৰীৰ ভাষণ (ভিডিঅ’)
তথ্যসূচক আৰু উক্তি
বিখ্যাত ব্যক্তি
পুৰালেখ
ছ’চিয়েল মিডিয়াৰ আপডে’ট
প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰক
প্ৰতিবেদন
ই-গ্ৰন্থ
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বিভাগীয় তথ্য
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মোবাইল এপ ডাউনলোড কৰক
সূচী বন্ধ কৰক
HOME
পি এম ইণ্ডিয়া
মহাৰাস্ট্ৰত প্ৰধানমন্ত্ৰী (১৮ ডিচেম্বৰ, ২০১৮)
মহাৰাষ্ট্ৰৰ মুম্বাইত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ১৮ ডিচেম্বৰ, ২০১৮ত৷
মহাৰাষ্ট্ৰৰ মুম্বাইত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাইছে মহাৰাষ্ট্ৰ ৰাজ্যপাল শ্ৰী চি. বিদ্যাসাগৰ ৰাও আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নাবিছে, ১৮ ডিচেম্বৰ, ২০১৮ত৷
মহাৰাষ্ট্ৰৰ মুম্বাইত ৰিপাব্লিক-চাম্মিট-ছাৰ্জিং ইণ্ডিয়া শীৰ্ষক অনুষ্ঠানত মুল ভাষণ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৮ ডিচেম্বৰ, ২০১৮ত৷
মহাৰাষ্ট্ৰৰ মুম্বাইত ৰিপাব্লিক-চাম্মিট-ছাৰ্জিং ইণ্ডিয়া শীৰ্ষক অনুষ্ঠানত মুল ভাষণ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৮ ডিচেম্বৰ, ২০১৮ত৷
মহাৰাষ্ট্ৰৰ মুম্বাইত বিখ্যাত কাৰ্টুনিষ্ট আৰ. কে. লক্ষ্মণৰ ‘টাইমলেছ লক্ষ্মণ’ শীৰ্ষক গ্ৰন্থৰ উন্মোচন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৮ ডিচেম্বৰ, ২০১৮ত৷ এই উপলক্ষে মহাৰাষ্ট্ৰ ৰাজ্যপাল শ্ৰী চি. বিদ্যাসাগৰ ৰাও আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নাবিছৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে৷
মহাৰাষ্ট্ৰৰ মুম্বাইত বিখ্যাত কাৰ্টুনিষ্ট আৰ. কে. লক্ষ্মণৰ ‘টাইমলেছ লক্ষ্মণ’ শীৰ্ষক গ্ৰন্থৰ উন্মোচনী অনুষ্ঠান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, ১৮ ডিচেম্বৰ, ২০১৮ত৷
মহাৰাষ্ট্ৰৰ মুম্বাইত বিখ্যাত কাৰ্টুনিষ্ট আৰ. কে. লক্ষ্মণৰ ‘টাইমলেছ লক্ষ্মণ’ শীৰ্ষক গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৮ ডিচেম্বৰ, ২০১৮ত৷
মহাৰাষ্ট্ৰৰ মুম্বাইত বিখ্যাত কাৰ্টুনিষ্ট আৰ. কে. লক্ষ্মণৰ ‘টাইমলেছ লক্ষ্মণ’ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৮ ডিচেম্বৰ, ২০১৮ত৷
মহাৰাষ্ট্ৰৰ মুম্বাইত চলচিত্ৰ আৰু মনোৰঞ্জন উদ্যোগৰ এক প্ৰতিনিধি দলে সাক্ষাৎ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৮ ডিচেম্বৰ, ২০১৮ত৷ এই উপলক্ষে মহাৰাষ্ট্ৰ ৰাজ্যপাল শ্ৰী চি. বিদ্যাসাগৰ ৰাও আৰু মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছকো দেখা গৈছে৷
মহাৰাষ্ট্ৰৰ মুম্বাইত চলচিত্ৰ আৰু মনোৰঞ্জন উদ্যোগৰ এক প্ৰতিনিধি দলে সাক্ষাৎ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৮ ডিচেম্বৰ, ২০১৮ত৷ এই উপলক্ষে মহাৰাষ্ট্ৰ ৰাজ্যপাল শ্ৰী চি. বিদ্যাসাগৰ ৰাওকো দেখা গৈছে৷
মহাৰাষ্ট্ৰৰ পুনেত তৃতীয় পৰ্যায়ৰ মেট্ৰ’ ৰে’ল লাইনৰ আধাৰশিলা স্থাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৮ ডিচেম্বৰ, ২০১৮ত৷ এই উপলক্ষে মহাৰাষ্ট্ৰ ৰাজ্যপাল শ্ৰী চি. বিদ্যাসাগৰ ৰাও, কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নাবিছ, গৃহ আৰু নগৰ পৰিকল্পমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব) শ্ৰী হৰদীপ সিং পুৰীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে৷

মহাৰাষ্ট্ৰৰ পুনেত তৃতীয় পৰ্যায়ৰ মেট্ৰ’ ৰে’ল লাইনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৮ ডিচেম্বৰ, ২০১৮ত৷
মহাৰাষ্ট্ৰৰ পুনেত তৃতীয় পৰ্যায়ৰ মেট্ৰ’ ৰে’ল লাইনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৮ ডিচেম্বৰ, ২০১৮ত৷ এই উপলক্ষে মহাৰাষ্ট্ৰ ৰাজ্যপাল শ্ৰী চি. বিদ্যাসাগৰ ৰাও, কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নাবিছ, গৃহ আৰু নগৰ পৰিকল্পমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব) শ্ৰী হৰদীপ সিং পুৰীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলকো দেখা গৈছে৷
মহাৰাষ্ট্ৰৰ পুনেত তৃতীয় পৰ্যায়ৰ মেট্ৰ’ ৰে’ল লাইনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ আগবঢ়াইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ১৮ ডিচেম্বৰ, ২০১৮ত৷