পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটাহ (উত্তৰ প্ৰদেশ)ৰ পাটনা পক্ষী অভয়াৰণ্য আৰু কুচ (গুজৰাট)ৰ চাৰি-ধাণ্ডক ৰামছাৰ এলেকা হিচাপে অন্তৰ্ভুক্ত কৰাক আদৰণি জনায়। স্থানীয় জনসাধাৰণ আৰু জলাশয় সংৰক্ষণৰ প্ৰতি উৎসৰ্গিত সকলোকে অভিনন্দন জনাই শ্ৰী মোদীয়ে কয় যে এই স্বীকৃতিসমূহে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু গুৰুত্বপূৰ্ণ পৰিৱেশতন্ত্ৰ সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ সুদৃঢ় কৰে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এটা পোষ্ট কৰে :
“ইটাহ (উত্তৰ প্ৰদেশ)ৰ পাটনা পক্ষী অভয়াৰণ্য আৰু কুচ (গুজৰাট)ৰ চাৰি-ধণ্ড ৰামছাৰ এলেকা হিচাপে অন্তৰ্ভুক্ত হোৱাত অত্যন্ত আনন্দিত হৈছো। স্থানীয় বাসিন্দাসকলৰ লগতে জলাশয় সংৰক্ষণৰ প্ৰতি উৎসৰ্গিত সকলোকে আন্তৰিক অভিনন্দন। এই স্বীকৃতিসমূহে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু গুৰুত্বপূৰ্ণ পৰিৱেশতন্ত্ৰ সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে। আশাকৰোঁ এই জলাশয়সমূহে অসংখ্য পৰিভ্ৰমী আৰু স্থানীয় প্ৰজাতিৰ বাবে নিৰাপদ আশ্ৰয়স্থল হিচাপে উপকৃত হব।”
Delighted that the Patna Bird Sanctuary in Etah (Uttar Pradesh) and Chhari-Dhand in Kutch (Gujarat) are Ramsar sites. Congratulations to the local population there as well as all those passionate about wetland conservation. These recognitions reaffirm our commitment to preserving… https://t.co/0O3R5TBqbJ
— Narendra Modi (@narendramodi) January 31, 2026
****
MJPS/VJ/KD