পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মা মহাগৌৰীৰ আশীৰ্বাদ বিচাৰিছে আৰু তেওঁৰ পৱিত্ৰ চৰণত প্ৰণিপাত জনাইছে। তেওঁৰ ঐশ্বৰিক প্ৰভাৱে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনক বুলি তেওঁ প্ৰাৰ্থনা কৰে ।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত শ্লোক শ্বেয়াৰ কৰিছে-
“श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः। महागौरी शुभं दद्यान्महादेवप्रमोददा॥”
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
“মা মহাগৌৰীৰ চৰণত কোটি কোটি প্ৰণাম! তেওঁৰ ঐশ্বৰিক আভা সকলোৰে জীৱনলৈ সুখ-সমৃদ্ধি আৰু সুস্থতা কঢ়িয়াই আনক।
श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः।
महागौरी शुभं दद्यान्महादेवप्रमोददा॥”
“মা অম্বেৰ ওপৰত ভক্তসকলৰ অপাৰ বিশ্বাস আছে। মাতৃৰ প্ৰতি থকা এই শ্ৰদ্ধা আৰু ভক্তিয়ে কেতিয়াও তেওঁলোকৰ মনোবল হ্ৰাস হ’বলৈ নিদিয়ে।”
****
MJPS/ST/HS
मां महागौरी के चरणों में कोटि-कोटि प्रणाम! उनकी दिव्य आभा हर किसी के जीवन में सुख-समृद्धि और आरोग्य लेकर आए।
— Narendra Modi (@narendramodi) March 26, 2026
श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः।
महागौरी शुभं दद्यान्महादेवप्रमोददा॥ pic.twitter.com/bapPnnNh8j
मां अम्बे में भक्तों की अटूट आस्था होती है। माता के प्रति यह श्रद्धा और भक्ति उनके मनोबल को कभी कमजोर नहीं होने देती।https://t.co/Pd09UPJ6fv
— Narendra Modi (@narendramodi) March 26, 2026