পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ বান্দ্ৰা-ৱৰ্লি ছী লিংকত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে আহতসকলৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়,
“মুম্বাইৰ বান্দ্ৰা-ৱৰ্লি ছী লিংকত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি অতিশয় দুঃখিত হৈছো। শোকসন্তপ্ত পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিলো। মই আশা কৰো যে যিসকল আহত হৈছে, তেওঁলোক যাতে সোনকালে আৰোগ্য হয়।
***
DS/TS/DB
Pained by the loss of lives due to an accident on the Bandra-Worli Sea Link in Mumbai. Condolences to the bereaved families. I hope that those who have been injured have a speedy recovery: PM @narendramodi
— PMO India (@PMOIndia) October 5, 2022