Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ৰ বাবে লুইজ ইনাচিঅ’ লুলা দা ছিলভাক অভিনন্দন প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ৰ বাবে লুইজ ইনাচিঅ’ লুলা দা ছিলভাক অভিনন্দন জনাইছে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ৰ বাবে @LulaOficial অভিনন্দন জনাইছো৷ আমাৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক গভীৰ আৰু প্ৰসাৰ কৰাৰ লগতে বিশ্বজনীন বিষয়ত আমাৰ সহযোগিতাৰ বাবেও মই ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহীঃ প্ৰধানমন্ত্ৰী৷

***

DS/SH/DB