Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বন্যপ্ৰাণী প্ৰেমীসকললৈ বিশ্ব বন্যপ্ৰাণী দিৱসৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


আজি বিশ্ব বন্যপ্ৰাণী দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বন্যপ্ৰাণী অনুৰাগীসকলক সম্ভাষণ জনায়।

তেওঁ কয় যে এই দিনটোৱে আমাৰ পৃথিৱীখনৰ জীৱকূলৰ অনিন্দ্যসুন্দৰ বৈচিত্ৰ্যক উদযাপন কৰাৰ লগতে ইয়াক সুৰক্ষা দিয়াৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰবাৰ সোঁৱৰই দিয়ে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰি লিখিছে:

“বিশ্ব বন্যপ্ৰাণী দিৱসত সকলো বন্যপ্ৰাণী অনুৰাগীক শুভেচ্ছা জনাইছো। এয়া আমাৰ ধৰিত্ৰীৰ বুকুত থকা জীৱকূলৰ অনিন্দ্যসুন্দৰ বৈচিত্ৰ্যক উদযাপন কৰাৰ লগতে ইয়াক সুৰক্ষা দিয়াৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰবাৰ সোঁৱৰণ কৰাৰ দিন। বহনক্ষম পদ্ধতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত অগ্ৰগামী, আৰু সমৰ্থন কৰা সকলোকে মই শলাগ লৈছো।”

****

DS/RT