প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহা শিৱৰাত্ৰী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷ শ্ৰী মোদীয়ে লগতে এই মহান উৎসৱে যাতে সকলোৰে জীৱনত নতুন শক্তি কঢ়িয়াই অনাৰ লগতে অমৃতকালত দেশৰ সংকল্পক নতুন শক্তি প্ৰদান কৰে, তাকে কামনা কৰে৷
টুইটাৰৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“দেশৰ মোৰ পৰিয়ালৰ সদস্যসকললৈ মহা শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই মহান উৎসৱে সকলোৰে জীৱনলৈ নতুন শক্তি কঢ়িয়াই অনাৰ লগতে অমৃতকালত দেশৰ সংকল্পক নতুন শক্তি প্ৰদান কৰিব বুলি কামনা কৰিলোঁ। জয় ভোলে নাথ!”
देश के मेरे सभी परिवारजनों को महाशिवरात्रि की हार्दिक शुभकामनाएं। मेरी कामना है कि यह महापर्व हर किसी के जीवन में नई ऊर्जा लेकर आए और अमृतकाल में देश के संकल्पों को भी नई शक्ति प्रदान करे। जय भोलेनाथ!
— Narendra Modi (@narendramodi) March 8, 2024
***
DS/ST/DB