Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে সৰ্বাংগীন বিকাশৰ ১১ বছৰ আৰু ৰাষ্ট্ৰীয় সবলীকৰণত আলোকপাতকাৰী এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সৰ্বাংগীন বিকাশৰ ১১ বছৰৰ ৰূপান্তৰশীল প্ৰভাৱত গুৰুত্ব আৰোপকাৰী এটা প্ৰবন্ধ শ্বেয়াৰ কৰে। এয়া হৈছে ৰাষ্ট্ৰখনক উল্লেখযোগ্যভাৱে সবলীকৰণ, উত্থান ঘটোৱা আৰু আগুৱাই নিয়া এক যাত্ৰা।

এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ

“ইয়াত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @AshwiniVaishnaw-এ সৰ্বাংগীন বিকাশৰ ১১ বছৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰিছে, এয়া হৈছে নাগৰিকসকলক একাধিক দিশত উপকৃত কৰা এক যাত্ৰা আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ই এক বিশ্বাস জন্মাইছে। এই বিশ্বাসে ৰাষ্ট্ৰখনক সবলীকৰণ, উত্থান ঘটাইছে আৰু আগুৱাই নিছে।

এক অন্তৰ্দৃষ্টিসম্পন্ন লেখা!”

 

***

MJPS/SR/SB