Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ২০১৯ চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ সাহসী নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০১৯ চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ সাহসী নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এক্স-ৰ এটা পোষ্টত তেওঁ লিখেঃ

“২০১৯ চনত পুলৱামাত আমি হেৰুৱাই পেলোৱা সাহসী নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আগন্তুক প্ৰজন্মই তেওঁলোকৰ ত্যাগ আৰু ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকৰ অটল সমৰ্পণ কেতিয়াও পাহৰিব নোৱাৰিব।”

***

MJPS/SR/MK